Browsing Category
শিক্ষা
সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ কেবা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৰব হৈ থকা বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ…
অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২৯ আগষ্ট: তেজপুৰ হাইস্কুল শিক্ষক ভৱনত কালি অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱনিযুক্ত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু শোণিতপুৰ…
বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে তেজপুৰৰ দৰং মহাবিদ্যালয়ত “ৰাণ ফৰ দ্য প্লেনেট” শীৰ্ষক সমূহীয়া…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত " Run for the planet" শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয়…
আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা
মাননীয় সম্পাদক মহোদয়,
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা…
পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ…
লখিমপুৰত মেধাৱী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰৰ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এজন মেধাবী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি…
“মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ“ শীৰ্ষক আলোচনা সত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,২৫ আগষ্ট : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ (Career Path for Mechanical Engineers)”…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা সম্পন্ন
উত্তৰ লখিমপুৰ, ১১ আগষ্টঃ আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ পঞ্চমটো বক্তৃতা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় বিজ্ঞান লেখিকা বঁটা-২০১৯ বিজয়ী ড০ অমিয়া…
ভট্টদেৱ বিশ্ববিদ্যালয়ত দীক্ষাৰাম্ভ
পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪…
তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ : যোগান মন্ত্ৰীৰ পদত্যাগ দাবী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে…