Browsing Category

শিল্প

মাষ্টাৰ চেফ ইণ্ডিয়াৰ বিজয়ী নয়নজ্যোতিক সম্বৰ্ধনা তিনিচুকীয়া জিলা প্ৰশাসনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ নিবাসী নয়নজ্যোতি…

কেনেকৈ মাষ্টাৰচেফ ইণ্ডিয়া হ’ল তিনিচুকীয়াৰ নয়নজ্যোতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ এপ্ৰিল : ৰাষ্ট্ৰীয় টেলিভিচন চেনেল ছ’নি টিভিৰ দ্বাৰা আয়োজিত জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ ৩১ মাৰ্চত সম্প্ৰচাৰিত ফাইনেলত বিজয়ীৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা তিনিচুকীয়া…

তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ "কালচাৰেল এক্সিলেঞ্চ" বঁটা…

গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী…

স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ শিল্পী সম্বৰ্দ্ধনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮ফেব্ৰুৱাৰীঃ তেজপুৰৰ দ-পৰ্বতীয়া স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ঐতিহ্য মণ্ডিত দ-পৰ্বতীয়া অঞ্চলৰ দুগৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। ২০২২ - ২৩  ৰ ৰাজ্য চৰকাৰৰ এককালীন  বাৰ্ষিক শিল্পী সন্মান লাভ…

তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিতে গঢ়া বাগদেৱীৰ মৃন্ময় প্ৰতিমাৰে হ’ব নিজ বিদ্যালয়ত পূজা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাগদেৱী সৰস্বতী পূজাৰ মৃন্ময় প্ৰতিমাসমূহ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ আজি নিয়া হৈছে৷ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ উৎসাহৰ মাজতে…