Browsing Category
শৈশৱ
এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ…
ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই
ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই। স্বাস্থ্য-পৰিয়াল কল্যাণ,…
শিশুক শাৰীৰিক উৎপীড়নৰ অভিযোগত বৃদ্ধ গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত জহামাৰি নপামৰ এজন লোকে এটি কন্যা শিশুক শাৰীৰিক উৎপীড়ন চলোৱাৰ এক জঘন্য ঘটনাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্ৰই…
অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল আহমেদাবাদলৈ ৰাওনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জানুৱাৰী : অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা…
তেজপুৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়ত নৱজাতকৰ মৃত্যুঃচিকিৎসাত অৱহেলাৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ পৰোৱাস্হিত মাতৃ আৰু সিশু স্বাস্থ্য চিকিৎসালয়ত আজি পুৱা এক নৱজাতকৰ মৃত্যুক কেন্দ্ৰকৰি চৰকাৰী চিকিৎসালয়খনত একাংশ চিকিৎসাকৰ্মীৰ দায়িত্ব পালনত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ…
“মধ্যাহ্ন ভোজন আঁচনি” সলনি হব “প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি”লৈ
তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ - কৰ্মশালা সম্পন্ন
তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে “৩০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু “ৰাজ্যিক…
শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যখনৰ তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কাইলৈৰ পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ…
“পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী "পদ্যৰ সঁফুৰা" শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক…
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত লখিমপুৰৰ মইনা দেৱাৰ্থ-দিক্ষীতাৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ৭ ডিচেম্বৰঃ সদৌ অসম মইনা পাৰিজাতে অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত কৰা ‘ৰাজ্যিক বিজ্ঞান মেলত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ক্ৰমে দেৱাৰ্থ…
তিনিচুকীয়াত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ নৱেম্বৰ : সমগ্ৰ শিক্ষা, তিনিচুকীয়াৰ উদ্যোগত বিদ্যালয় বৰ্হিভূত শিশুৰ তথ্য সংগ্ৰহৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ৷…