Browsing Category

সংস্কৃতি

জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত…

মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য

গুঞ্জ শইকীয়া মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল…

বাঁহবাৰীৰ শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত দৌলউৎসৱৰ ব্যাপক প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২মাৰ্চঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ আৰু বিহগুৰি মৌজাৰ মধ্যস্হলত অৱস্থিত থিয়আটি তথা শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত অহা সাত মাৰ্চৰ পৰা ১১মাৰ্চলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দৌলউৎসৱ আৰু মেলাৰ আয়োজন কৰা হৈছে৷ শতিকা প্ৰাচীন…

নাট্য যোদ্ধা কৰুণা শইকীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ নিষ্ঠাবান নাট্যকাৰ-পৰিচালক তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম কৰ্মী কৰুণা শইকীয়াক আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…

নিচি জনগোষ্ঠীৰ নিয়’কুম উলু উৎসৱ

অৰুণাচলৰ দুইমুখত দেওবাৰে আয়োজিত নিচি জনগোষ্ঠীৰ নিয়'কুম উলু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুইমুখ, ২৬ ফেব্ৰুৱাৰী : অৰুণাচলৰ প্ৰদেশৰ দুইমুখত আজি আয়োজিত নিচি জনগোষ্ঠীৰ পৰম্পৰাগত নিয়’কুম য়ুলু উৎসৱত…

তেজপুৰৰ বুঢ়া ডাঙৰীয়া থানৰ পালনামত ভক্তিপ্ৰাণৰ লানি নিছিগা সোঁত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী গটঙা পাঠকৰ চুবুৰীত অৱস্থিত অতি মাহাত্ম্যৰে পূৰ্ণ কেন্দুগুৰি আঞ্চলিক বুঢ়া ডাঙৰীয়া থানৰ বাৰ্ষিক পালনামৰ আজিৰ পৱিত্ৰ দিনটোত পুৱাৰ পৰা অগণন ভক্তিপ্ৰাণ ৰাইজৰ ভীৰ পৰিলক্ষিত হয়। হাতে…

দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথলৈ পশ্চিমবংগৰ খানটুৰা চিত্ৰপট নাট্য গোষ্ঠীয়ে এই বছৰৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ ঘোষণা…

আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং…

মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা…