Browsing Category

সংস্কৃতি

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে'ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত "কালচাৰেল এক্সিলেন্স এৱাৰ্ড"…

মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ…

দাদুল দেৱকৃষ্ণ বৰুৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ ইজন সিজনৰ পৰিপূৰক। শংকৰ-মাধৱ যুটি উজ্জ্বল ৰত্ন দুটি— মণি আৰু কাঞ্চন; মণিকাঞ্চন। মহাপুৰুষ শংকৰদেৱৰ নামত গুৱাহাটীত প্ৰতিষ্ঠা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ। অনুৰূপ ধৰণে…

লখিমপুৰৰ জীয়ৰী ভৱানী দলেৰ চুটি ছবি ‘সক্ষম’ৰ সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চুটি ছবি প্ৰতিযোগিতাত লখিমপুৰৰ জীয়ৰী পৰিচালক ভৱানী দলে টাহু আৰু সহকাৰী পৰিচালক গুৱাহাটীৰ গৌৰী শইকীয়াৰ “সক্ষম’’ (Enabled) নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে সৰ্ব ভাৰতীয় পৰ্যায়ত…

তিনিচুকীয়াৰ সত্ৰ সমূহৰ সমস্যাৰ বুজ ল’লে সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা সঁজাতী দলে আজি তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মামৰণী গাৱঁৰ শ্ৰীশ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰীশ্ৰী…

স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা প্ৰদান

ঐতিহাসিক ৰংঘৰৰ বাকৰিত আয়োজিত সাত বিহুৰ সামৰণি অনুষ্ঠানত বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়ালৈ ২০২৩ বৰ্ষৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা দিয়াৰ দৃশ্য।

ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ - উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় 'ব'হাগৰ এবেলা' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব'হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক…

বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ…

তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ত ৰঙালী বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল : তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যক্ষৰ উদ্যোগত কালি শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হৈ যায় ৰঙালী বিহুৰ আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষাৰ্থী অৰ্থাৎ প্ৰশিক্ষাৰ্থী সকলে বিহুনাম, বিহুনাচ,…

বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই "ব" আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই - চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে…

গ্ৰেট ব্ৰিটেইন, আমেৰিকা আদি বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ শাখা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৯ এপ্ৰিল : "সদৌ অসম সত্ৰ মহাসভা"ৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ, অসম"ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন আজি ১৯ এপ্ৰিল তাৰিখে তেজপুৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। দিনৰ ১১: ৩০ বজাত হোৱা সভাখনত আৰম্ভণিতে…