Browsing Category

সাহিত্য

তেজপুৰৰ বালি সত্ৰৰ সংৰক্ষিত সাঁচিপতীয়া পুথি তেজপুৰ বিশ্ববিদ্যালয়ক অৰ্পণ

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : "ভাৰতৰ নতুন শিক্ষানীতি-২০ য়ে বিশেষভাৱে গুৰুত্ব দিছে পৰম্পৰাগত জ্ঞান-চৰ্চাক। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ে সময়ে সময়ে এই সম্পৰ্কীয় ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বহুমুখী…

ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩…

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" শীৰ্ষক গ্ৰন্থলৈ" অকণিৰ সাহিত্য সভা"ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ…

তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া…

সাহিত্য সাধনা মঞ্চৰ সাংগঠনিক সভা সম্পন্ন

শতাব্দ প্ৰতিনিধি,১০ছেপ্তেম্বৰ: সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাৰায়ণপুৰ আঞ্চলিক শাখাৰ উদ্যোগত প্ৰথম সাংগঠনিক সভাখন ৩ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ…

শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক 'দেশ বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ১০ছেপ্তেম্বৰ: তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪২ সংখ্যক বৈঠকখনি এইবেলি বিশিষ্ট বিজ্ঞান লেখক, অবসৰপ্ৰাপ্ত অধ্যাপক ড° ৰমেশ চন্দ্ৰ গোস্বামীৰ বাসভৱনত অনুষ্ঠিত হয়। বৈঠকৰ শুভাৰম্ভণী ঘটে ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে।…

পাচঁমাইল শাখা সাহিত্য সভাৰ চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ আমি মূলতঃ কৃষি সভ্যতাৰ সন্তান। আমাৰ সংস্কৃতি সমূহো কৃষি ভিত্তিক।চৰ -চাপৰিৰ অনুষ্ঠানো কৃষি ভিত্তিক। আজি কালি সেইবোৰক ধৰ্মীয় গণ্ডীৰ মাজত অনাৰ চেষ্টা চলাই আছে।চৰ -চাপৰিৰ কৃষি ভিত্তিক অনুষ্ঠানৰ মাজত…

বিজ্ঞান সংগঠক যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে লখিমপুৰ জিলাত শিশুৰ উদ্ভাৱনী প্ৰতিভাক আন্তৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত উলিয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যজ্ঞোৰাম…

বুঢ়া মহাশয়ৰ বাট ( শিক্ষক দিৱস বিশেষ)

শিখা জ্যোতি কোঁৱৰমই যি বাটেৰে বাট বুলিছোঁ সেই বাটেৰে বুঢ়া মহাশয় আহিছিল পেডেলৰ ছন্দে ছন্দে উৰিছিল চুৰিয়াৰ ফেৰ। বুঢ়া মহাশয়ৰ বহু কাহিনী গুৰুকূলত শংখধ্বনি বৈদিক অস্ত্ৰৰ ঝনঝননি।গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ দেৱ গুৰু,…

বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ "অকণিৰ…