Browsing Category
সাহিত্য
বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ "অকণিৰ…
তেজপুৰৰ সবিতা দাসলৈ মধ্যপ্ৰদেশ সাহিত্য অকাডেমিৰ “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান”
শতাব্দ ষ্টফ ৰিপটাৰ তেজপুৰ, ৯ আগষ্ট : মধ্যপ্ৰদেশ সাহিত্য অকাদেমীয়ে আগবঢ়োৱা "অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান" কবিতাৰ শিতানত এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী কবি তথা লেখিকাই। উল্লেখ্য যে যোৱা যোৱা ২৫ জুলাই…
৮৮ বছৰ বয়সতো সৃষ্টিশীলতাৰ উন্মেষ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ আগষ্ট : তেজপুৰৰ সামাজিক - সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ পিতামহ স্বৰূপ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ৮৮ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখি অহাৰ পিছত আজি বিয়লি তেজপুৰৰ সামাজিক অনুষ্ঠান তৰুণ…
দৰংমহাবিদ্যালয়ৰ প্ৰকাশন পৰিষদৰ দ্বাৰা গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ আগষ্ট : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ প্ৰকাশন পৰিষদৰ "Recent Advanes in Biological Science: Diversity and Human Welfare"…
তেজপুৰত প্ৰসিদ্ধ কথাশিল্পী, অধ্যাপিকা গীতা উপাধ্যায়ক সম্বৰ্ধনা পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ জুলাই : 'এন ফ্ৰাংকৰ ডায়েৰি' অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰি কেইবা দশক পূৰ্বেই পাঠকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় সাহিত্যিক তথা ৰিচাৰ্ড ৰায়টৰ নেটিভ চন, এচ জে যোশীৰ কালজয়ী মাৰাঠী উপন্যাস আনন্দী…
লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি-গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুলাইঃ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি আৰু গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ আজি পুৱা ৯ বজাত দেহাৱসান ঘটে। আজি পুৱা তেখেত হঠাৎ অসুস্থ হৈ পৰাত লখিমপুৰ…
অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ…
তেজপুৰত লেখিকা সমাৰোহ সমিতিৰ সপ্তাহজোৰা মহিলা নাট সমাৰোহৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত যোৱা ৪ জুলাইৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত হোৱা সপ্তাহজোৰা মহিলা নাট কৰ্মশালাখনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ…
লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন…
“তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠক সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৪০ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ নৱনিৰ্বাচিত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যৰ অনুপস্হিতিত আজিৰ বৈঠকত…
