Browsing Category

সাহিত্য

সাংবাদিক মুকুটৰাজ শৰ্মাক উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰামৰ সমন্বয়ক নিযুক্তি

গুৱাহাটী, ২ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সাংবাদিকসকলৰ অধিকাৰ, ন্যায্যপ্ৰপ্তিৰ হকে একত্ৰিতভাৱে সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ তথা আই এফ ডব্লিউ জেই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি আজি গঠন কৰা হৈছে উত্তৰ…

গোগামুখত মিচিং আগম কৗবাঙৰ অধিৱেশন- সোণালী জয়ন্তী

সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ঃ মুখ্যমন্ত্ৰী গোগামুখৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩০ মে’ ঃ মিচিং জাতীয় শীৰ্ষ সংগঠন সমূহৰ অন্যতম সামাজিক সংগঠন হিচাপে মিচিং জাতীয় জীৱনলৈ মিচিং…

নাটশিল্পক দণ্ডিনাথ কলিতাই সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল

"অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান" শীৰ্ষক বিষয়ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকৰ মনোজ্ঞ বক্তৃতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৮ মে'ঃ দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া সাহিত্যৰ বিংশ শতিকাৰ আগলিভাগৰ…

তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ মে'ঃ শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় "স্বাধীনতা সংগ্ৰামী, শতবৰ্ষ গৰকা সোণাৰাম কুৰ্মীৰ জীৱন গাথা", "স্বাধীনতা সংগ্ৰামী চাহ জনগোষ্ঠী সমাজৰ এৰা - বোটলা" আৰু চাহ জনগোষ্ঠীৰ সংগ্ৰামী "জননেতা ডানিয়েল তপ্ন" শীৰ্ষক…

ওপজা দিনত উন্মোচন হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল “

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২৭ মে'ঃ তেজপুৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰখনৰ অতি সক্ৰিয় ব্যক্তিত্ব, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঢ়ি উঠা "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ কালি নিশা…

সাত-আঠ মাহৰ ভিতৰত প্ৰকাশ পাব অসম সাহিত্য সভাৰ পত্ৰিকাৰ একত্ৰ সংকলন

তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ'ব নোৱাৰে তেজপুৰ সাহিত্য চ'ৰাৰ ৩৬ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি মুখপত্ৰ "চয়নিকা" আৰু বীৰেন্দ্ৰ কুমাৰ বৰাৰ প্ৰবন্ধ সংকলন "হেঙুলী আভাৰ ৰেঙনি" উন্মোচন শতাব্দ…

সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই…

১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি  আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো…

বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা শতাব্দ ষ্টাফ…

কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ…

“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড°…