Browsing Category
স্বাস্থ্য
নাৰেংগীত অসম চিকিৎসা সেৱা নিগমৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
গুৱাহাটী,৩১ আগষ্ট: গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময়…
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা…
আছে হোটেল আৰু হেলিপেড ! হাৰিয়ানাত স্থাপন দেশৰ সৰ্ববৃহৎ ব্যক্তিগত চিকিৎসালয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত হাৰিয়ানাৰ ফৰিদাবাদত এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰো উপস্থিত থাকে।…
আন্তঃগাঁথনি জৰীপৰ বাবে হ’ব এইবাৰ হ’ব “স্বাস্থ্য উৎসৱ”
গুৱাহাটী, ২৬ আগষ্ট: চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা…
ব্যক্তি এজন : একেলগে আক্ৰান্ত মাংকী পক্স, কভিড আৰু এইডছত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বতে খেলা-ধূলা কৰি আহিছে কভিড আৰু মাংকীপক্সে। ইয়াৰ ভিতৰত এইচ আই ভি অলপ বয়সীয়াল। তেৱোঁ ঠায়ে ঠায়েও কম আতংক বিয়পোৱা নাছিল। শেহতীয়াকৈ কভিডৰ মাত্ৰা অলপ কম হোৱা যেন লাগিছে; কিন্তু…
ক’ৰনা আৰু মাংকীপক্সৰ পিছত টমেটো ফ্লুৰ ভাবুকি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : ক'ৰনা ভাইৰাছ আৰু মাংকীপক্সৰ মাজত এক নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে টমেটো ফ্লু। ‘দ্য লেন্সেট ৰেস্পিৰেটৰী জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।…
মিজোৰামত দেশৰ ভিতৰতে এইডছ আক্ৰান্ত সৰ্বাধিক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : মিজোৰামত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১০ গুণ বেছি এইডছ ৰোগী আছে। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই। দেশৰ ভিতৰতে সৰ্বাধিক এইডছ ৰোগীৰ সংখ্যা মিজোৰামত আছে। ১০.৯১ লাখ লোকৰ ভিতৰত (২০১১ চনৰ…
ডায়েবেটিছ, মেদবহুলতাৰ বাবে চিন্তিতঃ আইআইটি গুৱাহাটীৰ অধ্যয়নত ওলাল চেনিৰ বিকল্প
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : চৰ্বি বা ডায়েবেটিছ হোৱাৰ ভয়ত চেনিৰ পৰা আঁতৰত থাকে নেকি? যদি হয়, তেতিয়া আই আই টি গুৱাহাটীৰ এটা নতুন অধ্যয়নে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। প্ৰতিষ্ঠানটোৰ অধ্যাপক বি এছ নাহোলকাৰ, অধ্যাপক বালচিউ…
আজিয়েই এই সাতটা অভ্যাস ত্যাগ কৰক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বয়সৰ লগে লগে অহা পৰিৱৰ্তনবোৰেই নহয়, শৰীৰৰ সকলো অংগত হোৱা পৰিৱৰ্তনবোৰো অন্যতম। শৰীৰৰ বিভিন্ন অংগত যিবোৰ পৰিবৰ্তন ঘটে, সেইবোৰ কাৰো দৃষ্টিগোচৰ নহয়। বিশেষকৈ মগজুৰ পৰিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে, যেতিয়া আমি ৩০ৰ…
আপোনাৰ ভিটামিন ডিৰ অভাৱ হৈছে নেকি? কেনেকৈ গম পাব
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : ভিটামিন ডিৰ অভাৱ যিকোনো বয়সৰ, যিকোনো লিংগৰ লোকৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছেনে নাই কেনেকৈ জানিব? শৰীৰত ভিটামিন ডি কম হ’লে কি হয় জানেনে? চাওঁ আহক।
* ভিটামিন ডি কম হ’লে কি হ’ব…