Browsing Category

স্বাস্থ্য

মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি মুকলি কৰিলে ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ

অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ। শতাব্দ প্ৰতিনিধি,…

চেনি নাখাবঃ ডাঃ ৰেমণ্ড ফ্ৰান্সিছে কি কৈছে

ডাঃ ৰেমণ্ড ফ্ৰান্সিছে তিনিখন গ্ৰন্থ লিখিছিল: ১/ আৰু কেতিয়াও অসুস্থ নহব ২) আৰু কেতিয়াও কেন্সাৰক ভয় নকৰিব ৩/ আৰু কেতিয়াও শকত নহব ৭৫ বছৰ বয়সত চিকিৎসকজন মাত্ৰ ফ্লুৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেতিয়াও মাত্ৰ এবাৰহে ... কিতাপখনত ইয়াৰ…

ফৰিঙে ধৰা পেলাব কেন্সাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : বহু সময়ত যেতিয়া কেন্সাৰ ধৰা পৰে, তেতিয়া ইমান দেৰি হয়গৈ যে ইয়াৰ চিকিৎসা কৰাটো অতি কঠিন হৈ পৰে। কেতিয়াবা চিকিৎসকে কৰিব পৰা একো নাথাকে। গতিকে সময়মতে ৰোগ নিৰ্ণয় কৰাটো অতি প্ৰয়োজনীয়। আৰু এই সমস্যা…

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাফাই কৰ্মীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬আগষ্ট: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ইয়াৰ চাফাইকৰ্মীসকলে তেওঁলোকক নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ মাপোনা আৰু ডাষ্টাৰ নামৰ দুই নিয়োগকাৰী প্ৰতিষ্ঠানে তেজপুৰ…

ৰাজ্যত পুনৰ ১১ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ৩ আগষ্ট বুধবাৰে অসমত নতুনকৈ কমেও ১১ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ (JE) ধৰা পৰে। ইয়াকে লৈ শেহতীয়া খবৰ অনুসৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২৬ জন। মুঠ আক্ৰান্তৰ ভিতৰত কাৰ্বি আংলঙত…

গতানুগতিক মাংসতকৈ উদ্ভিদজাত মাংস স্বাস্থ্যসন্মত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্টঃ শেহতীয়াকৈ Future Foods নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এক নতুন অধ্যয়নৰ তথ্য। সেই তথ্যই সকলোকে আচৰিত কৰি তুলিছে। এই তথ্য সকলোৱে জানিলে খাদ্যৰ প্ৰতি থকা ধাৰণা সলনি হ’ব পাৰে। ইয়াৰ ফলত খাদ্যাভ্যাসৰ…

শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত পাঁচজনৰ মৃত্যু

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: শোণিতপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনৰ ঢেকিয়াজুলি,বৰছলা,ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰকে ধৰি বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে শিশু,কিশোৰ,যুৱক যুৱতীকে ধৰি বয়োজ্যেষ্ঠ লোক।…

ক’ৰনা ভাইৰাছ উত্থানৰ আঁৰত পৰিৱেশ প্ৰদূষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : জনসংখ্যা বিস্ফোৰণ আৰু পৰিৱেশ প্ৰদূষণ বিশ্বৰ সকলো সমস্যাৰ মূল। এইবাৰ ক’ৰনা ভাইৰাছ বৃদ্ধিৰ লগত এইবোৰ কাৰকৰ সম্পৰ্ক বিচাৰি উলিয়াইছে বিজ্ঞানীসকলে। বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে বনাঞ্চল ধ্বংস, অপৰিকল্পিত…

সাৰ পাই উঠিয়েই মোবাইল চাই নেকিঃ শৰীৰৰ কি কি ক্ষতি হৈছে জানেনে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : বেছিভাগ মানুহেই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল পৰীক্ষা কৰে। আজিকালি এয়া সকলোৰে অভ্যাস হৈ পৰিছে। কিন্তু আপুনি জানেনে যে আপোনাৰ এই অভ্যাস এটা সমস্যাত পৰিণত হ’ব পাৰে? ই আপোনাৰ স্বাস্থ্যত বিভিন্ন ধৰণে…

আহি আছে মেলেৰিয়াৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : বিশ্ববাসীৰ বাবে সুখবৰ। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰথমটো মেলেৰিয়া ভেকচিনত অনুমোদন জনাইছে। আফ্ৰিকা মহাদেশত মেলেৰিয়াৰ ভেকচিনৰ বিপণনত প্ৰথম অৱস্থাত WHO-এ অনুমোদন জনাইছে। প্ৰতিষেধকৰ প্ৰভাৱৰ বাবে…