Browsing Category
স্বাস্থ্য
কেৱল মদেই ক্ষতি কৰে নেকি লিভাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ লিভাৰ আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। কাৰণ লিভাৰক আমাৰ শৰীৰৰ ৰাসায়নিক কাৰখানা হিচাপে গণ্য কৰা হয়। তেজত থকা ৰাসায়নিক মাত্ৰা বজাই ৰাখিবলৈ যকৃতে ২৪ ঘণ্টা কাম কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্মূল…
দেশত বিশ্বৰ আটাইতকৈ বিৰল ৰক্তগোটৰ নমুনা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : মানৱ শৰীৰত A, B, AB, Oকে ধৰি মুঠ ৪২টা ভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ আছে যদিও সাধাৰণতে উল্লিখিত চাৰিটা তেজৰ গোটৰ কথাহে বিবেচনা কৰা হয়। বাকীবোৰ বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কাৰণ অভিযোজনৰ ফলত তেজত ৩৭৫টা…
চিনেমা চাবলৈ বহিলে পপকৰ্ণ খায় নেকি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : চিনেমা চাবলৈ শ্বপিং মললৈ গ’লে পপকৰ্ণ খাবই লাগিব বুলি ভাবে নেকি?এই পপকৰ্ণে উপকাৰৰ সলনি আমাৰ ক্ষতি কৰে বুলি জানেনে? পপকৰ্ণ অতি উপযোগী যদিও মাল্টিপ্লেক্সত পোৱা সোৱাদযুক্ত, টেঙা, চীজযুক্ত, মাখন মিহলি পপকৰ্ণ…
আজিৰে পৰা ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ অমৃত মহোৎসৱ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক'ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক…
বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ…
১৮ বছৰৰ ওপৰৰ সকলোলৈকে বিনামূলীয়া বুষ্টাৰ ড’জ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৫ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা সকলো চৰকাৰী প্ৰতিষেধক কেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুষ্টাৰ ড’জ। এতিয়ালৈকে চৰকাৰী প্ৰতিষেধক কেন্দ্ৰসমূহত মাত্ৰ ৬০ বছৰীয়া লোক, কোভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলেহে…
উত্তৰ বংগ, ছিকিমৰ পিছত অৰুণাচল পালেহি নাইৰোবি ফ্লাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ছিকিম, উত্তৰ বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত নাইৰোবি ফ্লাই নামৰ মাখিবিধ লাহে লাহে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ…
তেজপুৰৰ “কুকী স্কুল অব নাৰ্চিং” ৰ ডিগ্ৰী প্ৰদান আৰু শপতগ্ৰহণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ জুলাই : তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত ২০২১ চনত গঢ়ি উঠা "কুকী স্কুল অব নাৰ্চিং" ৰ পৰা আজি অতি আশাব্যঞ্জক ভাবে প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি এন এম নাৰ্চিঙৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আনুষ্ঠানিক ভাবে ডিগ্ৰী…
তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত…
এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা-বঢ়া কৰে নেকি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : বহুতৰে ঘৰত ৰন্ধা-বঢ়াৰ বাবে এলুমিনিয়ামৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। বহুতে ৰন্ধনৰ বাবে এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰ আৰু কেৰাহী ব্যৱহাৰ কৰে। শেহতীয়াকৈ এম এছ ইউ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পুষ্টি বিভাগৰ গৱেষকসকলে…