Browsing Category

স্বাস্থ্য

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ…

জাপানীজ এনকেফেলাইটিছত তেজপুৰৰ এজনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮আগষ্টঃ তেজপুৰৰ এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰ চহৰৰ ঊষানগৰৰ ২১(খ)নম্বৰ উপপথ নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া…

নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ…

লক্ষীমপুৰত নাৰ্ছিং কলেজ-ডেণ্টেল কলেজ নিৰ্মাণ হবঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

উত্তৰ লক্ষীমপুৰ, ১৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে…

তেজপুৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভা অনুস্থিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৩আগষ্টঃ তেজপুৰ ভাৰতীয় চিকিৎসা সন্থাৰ সভা কক্ষত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সন্থাৰ আজি এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি জিন্তু মণি নাথে সভাপতিত্ব কৰা সভাখনত ৰাজ্যৰ ২২ খন…

তেজপুৰত এইডচ নিয়ন্ত্ৰণৰ সজাগতা, প্ৰশিক্ষণ শিৱিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১আগষ্টঃ নিজকে এইডচ নিয়ন্ত্ৰণ অভিযানৰ লগত জড়িত বুলি পৰিচয় দিয়া বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে তেজপুৰৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বোৱাৰীক যৌন কৰ্মী সজাবলৈ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াকে লৈ এক…

৭ আগষ্টৰ পৰা শিশু-মহিলাৰ ৭ টাকৈ বিপজ্জনক ৰোগৰ টীকাকৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত সুমিত সত্তাৱানৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ ৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত তেখেতে জনায় যে মিছন ইন্দ্ৰধনুষ ৫.০…

তিনিচুকীয়াত মিছন ইন্দ্ৰধনুষৰ টাস্ক ফ’ৰ্চৰ সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই…

ৰাজ্যত সাত সহস্ৰাধিক প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম আজিও নিযুক্তিৰ পৰা বঞ্চিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ ৰাজ্যত আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সাত সহস্ৰাধিক এ এন এম নাৰ্চ৷ প্ৰায় আঠ বছৰ পূৰ্বেই চৰকাৰী ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চক আজিও চৰকাৰে চাকৰিত মকৰল নকৰাত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ…

ডেৰাডুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য চিন্তন শিবিৰ

ডেৰাডুন, ১৪ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক লৈ গঠিত 'কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ' (চি চি এইচ এফ ডব্লিউ)ৰ…