Browsing Category

স্বাস্থ্য

আপুনি উচ্চ ৰক্তচাপত ভুগি আছে ? আপোনাৰ শয়ন ভংগীমা কেনে হোৱা উচিত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : উচ্চ ৰক্তচাপ মুঠেই উপেক্ষা কৰাৰ দৰে কোনো বিষয় নহয়। ই যিকোনো মুহূর্ততে হার্ট এটেকৰ কাৰণ হ'ব পাৰে আৰু প্রাণহানিৰ আশঙ্কা পর্যন্ত দেখা দিব পাৰে। ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ বাবে অনেকেই নানা ধৰণৰ নিয়ম মানি চলে। খাদ্য…

ভাৰতৰ ‘আশা’লৈ ‘গ্ল’বেল হেল্থ লীডাৰ্ছ এৱাৰ্ড’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : বিশ্ব স্বাস্থ্য সন্মিলনত ভাৰতৰ 'আশা' (ASHA)ই লাভ কৰিছে গ্ল'বেল হেল্থ লীডাৰ্ছ বঁটা। ভাৰতীয় আশাৰ উপৰি উক্ত বঁটা লাভকৰাসকলৰ ভিতৰত আছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আফগানিস্তানৰ তাখাৰ আৰু কুণ্ডুজ প্ৰদেশত সশস্ত্ৰ…

চকুৰ সমস্যা ? বেবী কৰ্ণ কিয় নাইখোৱা?

বেবী কৰ্ণ বা কুমলীয়া গোমধান খায়নে আপুনি ? আপোনাৰ যদি চকুৰ সমস্যা আছে, তেন্তে কুমলীযা গোমধান খাবলৈ আপোনাক কোনোবাই পৰামৰ্শ দিছে নেকি? যদি দিছে, তেন্তে গোমধান খাওক। বেবী কৰ্ণত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে যিয়ে চকুৰ স্বাস্থ্যত সহায় কৰে।…

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?ডায়েবেটিছত উচ্চ ব্লাড চুগাৰ হ’লে ভাত আৰু ৰুটিৰে দিনটো পাৰ কৰা যায়।স্বাস্থ্যৰ পৰামৰ্শঃ ডায়েবেটিছত দুপৰীয়া ভাত আৰু ৰাতি ৰুটিয়ে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে।পৰিৱৰ্তিত জীৱনশৈলীয়ে…

ভৰি দুটাৰ কথা আপুনি কিমান জানে ?

আমোদজনক কথাটো হ’ল, এজন ব্যক্তিৰ হাড়ৰ ৫০% আৰু পেশীৰ ৫০%, ভৰি দুখনত থাকে। গতিকে খোজ কাঢ়ক ।মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী গাঁঠি আৰু হাড়বোৰো ভৰিত থাকে। সেইবাবে প্ৰতিদিনে ১০ হাজাৰ খোজ দিয়ক বা কাঢ়ক।শক্তিশালী হাড়, শক্তিশালী…

কভিডঃ আক্ৰান্তৰ সংখ্যা কমিলেও বাঢ়িছে মৃত্যুৰ হাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : দেশত দৈনিক ক'ৰণা আক্রান্তৰ সংখ্যা কমিলেও সেয়া এতিয়াও চাৰে তিনি হাজাৰ চোওঁ চোওঁ। বাঢ়িল দৈনিক মৃত্যুৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্য অনুযায়ী, ৮ মে'ৰ দিনা দেশত কৰ'ণাত আক্রান্ত হৈছে ৩ হাজাৰ…

জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ জনতা

৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশলৈ বৃদ্ধি পাইছে। জীৱনদায়িনী ঔষধৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক দিশাহাৰা কৰি তুলিছে। সকলোতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাত সাধাৰণ লোকৰ জীৱন চকৰি যেন স্তব্ধ হৈ পৰিছে। 'মেনেজ' কৰি চলিব নোৱাৰা অৱস্থাৰ…

গল কীপাৰ

গিৰি দা এৰেষ্ট হৈছে। মনিটৰলৈ চালো। কোনো সংখ্যা বা হৃদপিণ্ডৰ ধপধপনিৰ সাৰ-সুৰ নাই।মনিটৰৰ সকলোবোৰ উঠা নমা সম্পূৰ্ণৰূপে নিস্তেজ ! মাত্ৰ এডাল আঁচ।দীঘল আঁচ।মানে ৰোগ গৰাকীৰ মৃত্যু। সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ নিলোৎপলে স্তব্ধ হোৱা হৃদপিণ্ড পুনৰ চালিত…

মেদ বহুল বহুজনৰ ক্ষেত্ৰত ভেকচিনে কোনো কাম কৰা নাই 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : ক'ৰনাৰ পৰা বাচি থাকিবলৈ নিয়ম মানি টীকা ল'বই লাগিব। ভেকচিনেই ক'ভিডৰ লগত যুদ্ধ কৰাৰ উত্তম পথ। এনেদৰেই কৈ আহিছে বিজ্ঞানীসকলে। কিন্তু এইবাৰ জনা গ'ল নতুন তথ্য। কোনো কোনোৰ ক্ষেত্রত টীকাই প্রায় কোনো কামেই কৰা নাই।…

দেশত এদিনতে নতুন সংক্রমণ ৩৩০৩

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ এপ্ৰিল : ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৩০৩টা নতুন কভিড সংক্রমণৰ তথ্য ৰেকর্ড কৰা হৈছে। তদুপৰি এই ২৪ ঘন্টাত ৩৯ জনৰ মৃত্যু হৈছে বুলিও জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা। দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ…