Browsing Category

স্বাস্থ্য

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জুম্বা প্ৰদৰ্শন

উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে…

“আয়ুষ্মান ভাৰত” আঁচনিয়ে কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীক ধন ঘটাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ…

দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয়…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।" মিছন " হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই…

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে এইমছৰ লগতে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী চিকিৎসা মহাবিদ্যালয়

মঙ্গলবাৰে কোকৰাঝাৰ-নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ…

লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন

উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ  সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ…

লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিবৰ্তন অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২০ মাৰ্চ:  আশা কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে লখিমপুৰ জিলা স্বাস্থ্য সমিতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ উদ্যোগত আজি আজাদস্থিত নৱজ্যোতি ৰঙ্গমঞ্চত অনুষ্ঠিত হয় আশা অভিবৰ্তন। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী…

তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন

শতাব্দ  ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত আজি সম্পন্ন হয় দুই দিনীয়া কাৰ্যসূচীৰে সপ্তম ৰাষ্ট্ৰীয় আলোচনা সত্ৰ৷ ৱৰ্ল্ড এচ’চিয়েচন ফৰ চাইক’চচিয়েল ৰিহেবিলিটেচন ৰ এই সত্ৰত আন্ত:…

অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য

ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায় : ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ