ঘূনাসুঁতি দলং নিৰ্মাণ হব কেতিয়াঃ ৩৮০ কোটি টকীয়া দলং নিৰ্মাণত শামুকীয়া গতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ মে ঃ বহু আশা আৰু প্ৰত্যাশাৰ মাজত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি ঘাটত অসম চৰকাৰে পকী দলং নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লখিমপুৰীয়া ৰাইজে আদৰণি জনাইছিল যদিও সময়ত দলংখন নিৰ্মাণ হ’বনে বুলি ৰাইজৰ মাজত সন্দেহ…
