নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আধুনিক লখিমপুৰৰ নিৰ্মাতা নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু…

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ…

অন্ধ বিশ্বাস দূৰীকৰণৰ বাবে লক্ষীমপুৰ প্ৰশাসনৰ উদ্যোগত সজাগতা

উত্তৰ লক্ষীমপুৰ,৯মে'ঃ লক্ষীমপুৰ জিলাৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কেতবোৰ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, লক্ষীমপুৰ,জিলা আৰক্ষী, লক্ষীমপুৰ…

আমেৰিকাত ডাঙৰ-দীঘল হৈছে লখিমপুৰৰ ‘মৰম’ৰ তিনিটাকৈ শিশু

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৯মেঃ জন্মৰ পিছৰে পৰাই মাক-দেউতাক পৰিয়াল পৰিজনৰ মৰমৰ পৰা বঞ্চিত বহু শিশুৰ বাবে এখন আপোন ঘৰ হৈ পৰিছে ‘মৰম’ নামৰ এটি অনুষ্ঠান৷ লখিমপুৰৰ ‘মৰম’ নামৰ এই স্বেচ্ছাসেৱী সংস্থাটোৱেই এতিয়া এই সকল শিশুৰ বাবে মাক-দেউতাক তথা…

উৎসৱ আৰু সাম্প্ৰতিক সময়

মুক্তাৰ আলী      নঙলা মুখত বিহুটি আছেহি ৰৈ। উতনুৱা উকি মাৰি অহা বিহুৱে মন প্ৰাণত আনন্দৰ জোৱাৰ তোলে। ডেকা-গাভৰুৰ মনৰ নিজানত বসন্ত বসন্ত অনুভৱে পিৰপিৰাই উতলা উন্মনা হেঁপাহৰ জাগৰণ তোলে। বিহু আহে যায়, চলি থাকে পৰম্পৰা। চতৰ লঠঙা ডালত…

যোৰহাটত কোন জিকিব?

শৈলেন বৰুৱা      যোৰহাটত কোন জিকিব? গৌৰৱ গগৈ নে তপন গগৈ? সম্প্ৰতি যোৰহাটৰ লোকসভা নিৰ্বাচনক লৈ সামাজিক মাধ্যমতো তয়াময়া যুঁজ লাগিছে।অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত এইবাৰ আকৰ্ষণীয় যুঁজ হ'ব যোৰহাটত। পাতনি দীঘল নকৰি পোনপতীয়াকৈ মূল প্ৰসংগলৈ…

চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে সুখবৰ

শতাব্দ, লক্ষীমপুৰ ২২ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচন (L&T Construction)ৰ অধীনত অসম তথা ভাৰতৰ অন্যান্য ঠাইত চলি থকা প্ৰকল্প সমূহত ১৫০০ত কৈও অধিক প্ৰযুক্তিবিদৰ আৱশ্যক‌ হৈছে বুলি জানিব পৰা গৈছে।…

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা…

সংক্ষিপ্ত সংবাদ

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ডি. লিট - ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰিব ডি এচ চি সন্মান। ৯ মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ বাজেটত বটদ্ৰৱা থানলৈ ৫৪ কোটিৰ বিশেষ পেকেজ। কলাইগাঁৱত…

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…