সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ
মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ
প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…
