অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত খুটি পুতি বহিছে অৰুণাচলী

অসমৰ বনভূমিত অৰুণাচলীৰ ৬ কিলোমিটাৰ পকী পথ নিৰ্মাণ জিলা আয়ুক্ত-বিধায়ক-বন বিষয়াৰ পদক্ষেপ নাই বেদখল উচ্চেদৰ দাবীত জিলা আয়ুক্তক ৰামপুৰবাসীৰ স্মাৰকপত্ৰ প্ৰদান শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২০ জুনঃ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত…

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা জীয়া কাহিনী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৪ জুনঃ লখিমপুৰ নগৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত আছে বড়িমুৰী নামৰ গাঁওখন৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে এই গাঁওখন৷ এই গাঁওখনৰে বাসিন্দা হৈছে অনু নাৰ্জাৰী ওৰফে শামুকখোৱা৷ এই ৫৫ উৰ্ধৰ অনু নাৰ্জাৰীক…

ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ

ড° বুলজিৎ বুঢ়াগোহাঁই পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো ইয়াৰ…

নিবনুৱালৈ প্ৰশিক্ষণৰ জড়িয়তে নিয়োজনৰ সুবিধা

শতাব্দ, উত্তৰ লখিমপুৰ,১৪ জুনঃ অতিথ্য খণ্ডত নিয়োজনেৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ অধীনস্থ উত্তৰ পূব দক্ষতা উন্নয়ন কেন্দ্রই লৈ আহিছে সুখবৰ। এই কেন্দ্রত ফুড এন্ড বেভাৰেজ (১২০ খন আসন), হাউচ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মঙ্গলবাৰে এগৰাকী ৭০ বছৰীয়া মহিলা ৰোগীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এটা বৃহৎ আকাৰৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিহপুৰীয়াৰ এই মহিলাগৰাকীয়ে বিগত…

লখিমপুৰত কিতাপ গছকি পাৰ হয় মানুহ

জিলা আয়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ অভিযোগ দাখিলশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষতে ৪.৯৯ কোটি টকা আৱণ্টন দিয়ে যদিও নিবিদাপ্ৰাপ্ত…

লণ্ডনৰ পৰা কলিকতালৈ চলিছিল বাছ

ইংলেণ্ডৰ লণ্ডনৰ পৰা ভাৰতৰ কলকাতালৈ চলাচল কৰা বাছ সেৱাক বিশ্বৰ আটাইতকৈ দীঘলীয়া বাছ যাত্ৰা বুলি গণ্য কৰা হৈছিল। ১৯৫৭ চনৰ পৰা আৰম্ভ হোৱা এই বাছ সেৱাই বেলজিয়াম, যুগোশ্লাভিয়া আৰু উত্তৰ পশ্চিম ভাৰত হৈ ভাৰতলৈ অহা-যোৱা কৰিছিল।এই পথটোক "হিপ্পী…

হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ

ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত…

পৰিপুষ্টিহীন সোৱণশিৰিত মাছৰ পোনা মেলিলে এনএইচপিচিয়ে

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ, ৭জুনঃ ২০২৩ চনৰ ২৭ অক্টোবৰত এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি সোৱণশিৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখি এন এইচ পি চিয়ে সোৱণশিৰি নদীখন শুকুৱাই পেলাইছিল। সেই এন এইচ পিচিয়ে এতিয়া ঘঁৰিয়ালৰ দৰে…

আকৌ আহিল বিচিজি ভেকচিনঃ আপুনিও লবনে 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুনঃ আকৌ এটা ভেকচিন লোৱাৰ সময় সমাগত। পিছে ক’ভিডৰ ভেকচিন লোৱা আৰু অলপতে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত আকৌ এটা নতুন ভেকচিন লোৱাৰ বাবে আপুনি মানসিকভাবে প্ৰস্তুত নে?…