নতুন পেঞ্চন নীতি বাতিলৰ দাবীত এদিনীয়া কৰ্ম বিৰতি সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাৰ

শতাব্দ প্ৰতিনিধি,২০ জানুৱাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি প্রৱর্তন কৰি ৰাজ্যখনৰ বৃহৎ সংখ্যক কৰ্মচাৰীক সকাহ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাই ।সেই উদ্দেশ্যে আজিৰ পৰা ৩১…

ঢকুৱাখনাত ১১,১০৭ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ,লখিমপুৰ ১৮ জানুৱাৰীঃ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৰাষ্ট্ৰীয়…

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, ১৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্র, কলকতাৰ দ্বাৰা ফুলবাৰী বোকানদী  অভিনৱ থিয়েটাৰৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা  ১৬ আৰু ১৭ জানুৱাৰীত ৰংগ যাত্ৰা শীৰ্ষক এক ৰাষ্ট্ৰীয় নাট…

কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ…

ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ  ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়--  অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে…

‘বিয়লি’ত ডিমেনচিয়াৰ স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

শতাব্দ, লখিমপুৰ ১৩ জানুৱাৰীঃ  তীৰ্থেশ্বৰ হাজৰিকা স্মৃতি ন্যাস 'বিয়লি'ৰ উদ্যোগত আজি ডিমেনচিয়াৰ এক স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায় । ন্যাসৰ নিজা প্ৰেক্ষাগৃহত আয়োজিত এই শিবিৰত ৩০ গৰাকী বয়োজ্যেষ্ঠ লোকে এই পৰীক্ষা কৰে । শিবিৰৰ আৰম্ভণিতে…

প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা…

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত

৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত ৫০ শিতানত প্ৰতিযোগিতা ১৫০০ প্ৰতিযোগীৰ মাজত হ'ব শ্ৰেষ্ঠত্বৰ যুঁজ ৬০ লক্ষাধিক টকাৰ বাজেট ৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী…

লখিমপুৰ জিলা হিল্লাল কমিটি গঠন

শতাব্দ, লখিমপুৰ, ৮ জানুৱাৰীঃ কালি দুপৰীয়া লখিমপুৰ বৰ মছজিদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত 'লখিমপুৰ জিলা হিল্লাল কমিটি' খন গঠন কৰা হয় । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ডক্টৰ আব্দুল মান্নানে । সভাত অংশ গ্ৰহণ কৰি আলহজ চামছুল হুছেইন,…

আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম ” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল…