Browsing Category
অফবিট
দেশত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিল: ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি প্ৰথমবাৰৰ বাবে দেশত মুঠ প্ৰত্যক্ষ কৰ ( আয়কৰ আৰু কৰ্প'ৰেট কৰ) সংগৃহীত হৈছে ১৪.০৯ লাখ কোটি টকা। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ জে বি মহাপাত্ৰই এক…
আং চান চ্যু কিক পাঁচ বছৰৰ কাৰাদণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ম্যানমাৰৰ প্রাক্তন শাসক আং চান চ্যু কিক দুর্নীতিৰ অভিযোগত আজি ২৭ এপ্ৰিলত পাঁচ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছে সেই দেশৰ আদালতে। নোবেলজয়ী ৰাজনীতিকগৰাকীয়ে অৱশ্য তেওঁৰ বিৰুদ্ধে উঠা সমস্ত অভিযোগ অস্বীকাৰ কৰিছে।…
সাৱধান :ৰেচন কাৰ্ডে বিপদ মাতিব পাৰে আপোনাৰ
মুক্তামণি ভূমিফুকন
যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।ৰেচনকাৰ্ড সম্পৰ্কীয় কথাখিনি জানি আপুনি অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ'ব পাৰে। যি সময়ত দেশৰ লক্ষ লক্ষ যোগ্য জনতা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে ঠিক…
আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক'ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা - কলকাতা বাছ সেৱা দুবছৰৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব। আগৰতলাৰ কৃষ্ণনগৰত থকা ত্ৰিপুৰা ৰাজ্যিক পৰিৱহণ নিগমৰ আন্তৰ্জাতিক…
৩০ এপ্রিলত বছৰৰ প্রথম সূর্যগ্রহণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিলঃ মাজত আৰু মাত্র দুদিন। তাৰ পিছতেই বিশ্ববাসী সাক্ষী হ'ব বছৰৰ প্রথমটো সূর্যগ্রহণৰ। অহা ৩০ এপ্রিলত হ'ব সূৰ্য গ্ৰহণ। সূর্যগ্রহণ হয় তেতিয়া, যেতিয়া চন্দ্ৰ সূর্যৰ কাষেৰে যায় আৰু সূর্যৰ ৰশ্মি অৱৰুদ্ধ…
টেছলাই ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণ কৰিলে চৰকাৰৰ কোনো আপত্তি নাই
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে আজি টেছলা ইনকৰ্পোৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া এল'ন মাস্কক পুনৰ আহ্বান জনাই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে যদি ভাৰতত তেওঁলোকৰ…
“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ নতুন শ্ল’গান
ৰাণু বৰুৱা
"এটা ষ্টেছন, এটা সামগ্ৰী" - ভাৰতীয় ৰেলৱেৰ এতিয়া এটা নতুন শ্ল'গান। অভিনৱ এক ধাৰণাৰে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত এনে এটা প্ৰস্তাৱৰ আধাৰতেই ভাৰতীয় ৰেলৱেই ইতিমধ্যে আঁচনিখন প্ৰৱৰ্তনৰ সূচনা কৰিছে। এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য…
বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণঃ এল’ন মাস্ক
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ বহু প্ৰতীক্ষিত জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তি এল'ন মাস্কে টুইটাৰ ক্ৰয় কৰিলে। সামাজিক মাধ্যমৰ জনপ্ৰিয় মাইক্ৰ'ব্লগিং চাইট 'টুইটাৰ'ৰ এশ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ প্ৰস্তাৱ…
চন্দ্ৰত পাৰমাণৱিক বিস্ফোৰণৰ চেষ্টা আমেৰিকাৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ এপ্ৰিল : আমেৰিকাৰ মুন মিছনক লৈ এক বৃহৎ ঘটনাৰ কথা পোহৰলৈ আহিছে। কিছু গোপন নথিৰ পৰা জনা গৈছে যে, আমেৰিকাৰ পৰিকল্পনা আছিল চন্দ্ৰত পাৰমাণৱিক বিস্ফোৰণ ঘটাব। এডভান্সড এৰ'স্পেচ থ্রেট আইডেন্টিফিকেচন প্রগ্রেমৰ (AATIP)…
চাৰ্দিনিয়া : আন এক চাংগ্ৰীলা!
দাদুল দেৱকৃষ্ণ বৰুৱা
আমি সকলোৱেই দীৰ্ঘ জীৱন বিচাৰোঁ। বিচাৰোঁ সুস্বাস্থ্য আৰু সুখী জীৱন। কিন্তু এয়া কিদৰে সম্ভৱ? ইয়াৰ ৰহস্য কি? যদিও বহুজনে এতিয়াও চিৰ তাৰুণ্যৰ উৎস বিচাৰি ফুৰিছে, চাৰ্ডিয়ানসকলে যেন সেই গুপ্ত ৰহস্য কেতিয়াবাই ভেদ কৰি নিজৰ…
