Browsing Category

ক্ৰীড়া

তিনি শতাধিক প্ৰতিযোগীৰ উপস্থিতিত তেজপুৰত ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট :"এই পৃথিৱী এক ক্ৰীড়াংগন /ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন" - শীৰ্ষক ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰতে ৰচনা কৰা এই গীতৰ মাজত আজি ৰাজ্যখনৰ তিনি শতাধিক যোগ ক্ৰীড়াৰ প্ৰতিযোগীয়ে মুখৰিত কৰি তোলে তেজপুৰৰ…

শোণিতপুৰ জিলা আন্তঃ বিদ্যালয় বক্সিং প্ৰতিযোগিতা সমাপ্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ আগষ্ট : শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বক্সিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।…

বাৰ্মিংহাম সময়ৰ মূল্য বুজি পালে হিমা দাসে

 সময়ৰ মূল্যটো বুজি পাইছো। চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো। খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব। কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়। শতাব্দ প্ৰতিনিধি,…

ভাৰতীয় লন বলৰ ‘ফেন্টাষ্টিক ফ’ৰ’

দাদুল দেৱকৃষ্ণ বৰুৱা ৰাতিটোৰ ভিতৰতে কোনো 'ষ্টাৰ' নহয়। তৰা একোটাৰ গঠন যিদৰে দীৰ্ঘদিনীয়া এক পৰিক্ৰমা, ঠিক একেদৰেই বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত একোগৰাকী ব্যক্তিয়ে নিজৰ সপোন পূৰণ কৰে। প্ৰতিটো সফলতাৰ আঁৰত থাকে ঘাম আৰু চকুপানীৰ লুণীয়া! কঠোৰ…

খেলুৱৈ-শিল্পীৰ চিন্তা-চৰ্চা আনতকৈ পৃথক : মন্ত্রী বিমল বড়া

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ খেলুৱৈ-শিল্পীৰ চিন্তা-আনতকৈ পৃথক বাবেই তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উন্মেষ ঘটে। সদৌ ভাৰত অসামৰিক সেৱা প্ৰতিযোগিতাত পদক লাভ কৰা অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত…

মালদ্বীপত অনুষ্ঠিত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত জিলিকিল তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুলাই : তেজপুৰৰ দুটি সন্তানৰ এগৰাকী মাতৃ ছায়া বৰুৱাই সাংসাৰিক ব্যস্ততা, নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্ম ব্যস্ততাৰ মাজতো কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৰীৰ চৰ্চাত জড়িত হৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন…

ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপত গোগামুখৰ দেবৰঞ্জন পেৰ্মেৰ ৰূপৰ পদক

ষ্টাফ ৰিপৰ্টাৰ, ২১ জুলাইঃ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত যোৱা 27 জুলাইত অনুষ্ঠিত ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপত গোগামুখ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ দেবৰঞ্জন পেৰ্মেই 56 কিলোগ্ৰাম শাখাত খেলি ৰূপৰ পদক পাবলৈ সক্ষম হয় । ঢকুৱাখনাৰ…

চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বিজয়ী প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ জুলাইঃ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকাই আজি দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিয়ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয়…

তেজপুৰৰ প্ৰবীণ খেলুৱৈ অনু লহকৰ ডেকাৰ বিয়োগ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭জুলাই: তেজপুৰ জিলা ভলীবল দলৰ এগৰাকী সদস্যা হিচাপে দুবাৰকৈ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশ লোৱা সুদক্ষ মহিলা ভলীবল খেলুৱৈ আৰু এথলেট অনু লহকৰ ডেকা(৬৩)ৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটিছে।তেজপুৰৰ মিছন চাৰিআলিৰ সমীপৱৰ্তী…