Browsing Category
ক্ৰীড়া
প্ৰবীণ ক্ৰীড়াত তেজপুৰৰ জ্যোৎস্না দেৱীৰ সোণৰ পদক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ…
বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত তেজপুৰ কন্যা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ মে': বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ এইবাৰ নিৰ্বাচিত হৈছে তেজপুৰৰ কন্যা। অহা ১৫ জুলাইত মালদ্বীপত অনুষ্ঠিত হ'ব লগা শৰীৰৰ চৰ্চাৰ এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰিব আৰু অহা অক্টোবৰত…
জ্যোতি য়াৰ্জি ভাৰতীয় এথলেটিক্সৰ চাঞ্চল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : সম্প্ৰতি নেদাৰলেণ্ডছত চলি থকা De Herry Schulting Gamesৰ ছোৱালীৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ জ্যোতি য়াৰ্জিয়ে ভংগ কৰিছে ৰাষ্ট্ৰীয় অভিলেখ। ১৩.৪ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি তেওঁ নতুন অভিলেখ গঢ়িছে। মাত্ৰ ১৬…
আই বি এৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ মে': টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোহাঁই আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (আই বি এ)ৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া…
এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ'ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম…
আৰ্চাৰী বিশ্বকাপত ভাৰতৰ সোণঃ বিশ্বক্ৰীড়াত ভাৰতীয়ৰ দমনীয় প্ৰদৰ্শন অব্যাহত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : আন্তর্জাতিক মঞ্চত শাসন চলিছে ভাৰতীয় ক্রীড়াবিদৰ। যোৱা দেওবাৰে ইন্দোনেছিয়াক হৰুৱাই টমাছ কাপ বেডমিন্টনত প্রথমবাৰৰ বাবে ভাৰতক চেম্পিয়ন কৰিছিল কিদম্বি শ্রীকান্ত, এইচ এছ প্রণয়হঁতে। সেই ধাৰা বজাই ৰাখি দ্বিতীয়টো…
মহিলা ৰেফাৰীৰ হুইছেলত পৰিচালিত হ’ব কাটাৰ বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধ ৯০ মিনিট
শতাব্দ বিশেষ প্ৰতিনিধি, ২১ মে' :
অহা ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰ তাৰিখলৈকে মধ্যপ্ৰাচ্যৰ কাটাৰত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ ইতিমধ্যে আৰম্ভ হৈছে অন্তিম ক্ষণ গণনা। যুদ্ধকালীন গতিত চলিছে 'দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ'ৰ মহা…
২২মে’ত দেশজুৰি বাইকৰেলী ক্ৰীড়া ভাৰতীৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৯মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৮টা স্থানৰ পৰা একেসময়তে অহা ২২মে’ৰ পুৱা ৮-৫৬বজাত আৰম্ভ হ’ব ক্ৰীড়া ভাৰতীৰ এক বাইক ৰেলী।দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপেই দেশৰ মুঠ ২২০স্থানৰ প্ৰত্যেকৰে পৰাই ৭৫খন…
১৮-২১ মেলৈ কেৰেলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ ক্রীড়া সমাৰোহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মেঃ কেৰেলাৰ পালামত থকা ‘চন্দ্ৰশেখৰ নায়াৰ স্টেডিয়াম 'ত ১৮-২১ মেলৈ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ ক্রীড়া সমাৰোহ। এই ক্রীড়া সমাৰোহত অসমৰ হৈ একমাত্র খেলুৱৈ হিচাপে লখিমপুৰৰ ৬৬ বছৰীয়া মহিলা…
কেৰালাত কাৰাটে প্ৰতিযোগিতাত সোণ জিনিলে ধেমাজিৰ তিনি খেলুৱৈয়ে
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৫ মে’ : কেৰালাত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক জিনিবলৈ সক্ষম হৈছে ধেমাজিৰ তিনি প্ৰতিভাৱান খেলুৱৈ । কেৰালাৰ কোট্টায়ম জিলাৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত ১৪ মে’ত অনুষ্ঠিত জে এচ কে এ (JSKA…