Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ শেহতীয়াকৈ ৰাজ্যত নিযুক্তিৰ নামত একাংশই চাকৰি প্ৰত্যাশীৰ পৰা তিনিলাখকৈ টকা সংগ্ৰহ কৰা আৰু ইয়াৰে আঢ়ৈ লাখ টকা “ওপৰ মহলক” দিব লাগে বুলি অভিযুক্তই স্বীকাৰোক্তি দিয়াক লৈ আজি তেজপুৰত এই নিযুক্তি কেলেংকাৰিৰ…
বৰছলাৰ এগৰাকী অসহায় মহিলাৰ বাবে বৰষুণেই আতংক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত মোৱামাৰী বৰাচুবুৰীৰ এগৰাকী মহিলাৰ বাবে বাৰিষাৰ বৰষুণজাকেই সম্প্ৰতি আতংকৰ কাৰণ হৈ পৰিছে৷তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ’লেও…
লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলৱ ৩ ছেপ্টেম্বৰত
উত্তৰ লক্ষীমপুৰ, ৩১ আগষ্ট: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা…
নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অধ্যাপনা কৰাৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অনুসূচিত জাতি সংৰক্ষিত পদত এগৰাকী অধ্যাপকে ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই৷ ২৮…
লখিমপুৰৰ গ্ৰামোন্নয়নত ২০ কোটি ২৫ লাখ টকাৰ বৃহৎ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগত এতিয়া এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ ৮১ খন গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত আৱণ্টিত ধন শৰাধ হোৱাৰ তথ্যই ৰাইজৰ চকু কপালত তুলিছে৷ বিশেষকৈ…
তিনিচুকীয়া ট্ৰেনজিত পইণ্ট : দুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ গোপন চেম্বাৰত পুনৰ উদ্ধাৰ বৃহৎ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : ড্ৰাগছ সৰবৰাহৰ এক অন্যতম ’ট্ৰেনজিত পইণ্ট’ত পৰিণত হৈছে উজনিৰ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ পাছতো ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা৷ প্ৰধানকৈ…
তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃমুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯আগষ্টঃ নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ লেকামহীন মূল্যবৃদ্ধি ৰোধ কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰা, স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰা আৰু জীৱনদায়ী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ…
নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে কণমানি ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি…
উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০…
শোণিতপুৰত বানৰ প্ৰলয় অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮আগষ্টঃ শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে একোটা অঞ্চল নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে৷বছৰৰ অষ্টমটো বানে ভয়ংকৰ ৰূপলোৱা বালিপৰাৰ দিঘলী বালিজান গাওঁখনৰ অস্তিত্ব নিশ্চিহ্ন হোৱাৰ…
