Browsing Category
ট্ৰেণ্ডিং
নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে কণমানি ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি…
উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০…
শোণিতপুৰত বানৰ প্ৰলয় অব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮আগষ্টঃ শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে একোটা অঞ্চল নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে৷বছৰৰ অষ্টমটো বানে ভয়ংকৰ ৰূপলোৱা বালিপৰাৰ দিঘলী বালিজান গাওঁখনৰ অস্তিত্ব নিশ্চিহ্ন হোৱাৰ…
লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাত সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে৷ নদীখনে এতিয়া বধাকৰাত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে নদীখনে…
শোণিতপুৰত ফাইলেৰিয়া নিৰ্মূল অভিযান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯…
আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা
মাননীয় সম্পাদক মহোদয়,
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা…
“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব - এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক…
তেজপুৰত শোণিতপুৰ জ্যেষ্ঠ নাগৰিকৰ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭আগষ্টঃ আজি শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা তেজপুৰ চাৰিআলি শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।জিলা সন্মিলনৰ সভাপতি কেশৰাম নাথৰ সভাপতিত্বত পুৱা ১০ বজাত আৰম্ভ হোৱা…
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ…
সোৱণশিৰিৰ এৰাসুঁতিৰ অমৃত সৰোবৰ বাঢ়নী পানীয়ে ভাঙি-চিঙি মহতিয়াই নিলে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ২৭ আগষ্টঃ পূৰ্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি আৰু বৰ্তমান নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি গাঁও পঞ্চায়তৰ আলিমূৰ ভাটি গাঁৱৰ কাষৰ সোৱণশিৰি নৈৰ এৰাসুঁতিত অসম চৰকাৰৰ তিনিখনকৈ আঁচনিৰ পৰা আবন্টিত প্ৰায় ২২ লাখ টকাৰ…
