Browsing Category
ট্ৰেণ্ডিং
ধলপুৰত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবিলঃ বাহন চি আৰ পি এফ জোৱানৰ কৰুণ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ পহিলা জানুৱাৰীৰ দিনাই লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ধলপুৰৰ বড়িগাঁৱৰ যুৱক তথা চি আৰ পি এফৰ জোৱান শ্ৰীমন্ত শইকীয়াই ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পহিলা জানুৱাৰী উপলক্ষে দিল্লীত…
প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা, ভাৰতীয় বন সেৱা পৰীক্ষা, অভিযান্ত্রিক সেৱা পৰীক্ষা, সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা, সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা, সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ভাৰতীয়…
তৃতীয় বৰ্ষত ‘শতাব্দ’
২০২২ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হোৱা 'শতাব্দ ডি জি মিডিয়া'ই আজি তৃতীয় বৰ্ষত ভৰি দিলে। 'শতাব্দ'ৰ গ্ৰাহক, পঢ়ুৱৈ, বিজ্ঞাপনদাতালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০২৪ বৰ্ষটো হওঁক সকলোৰে বাবে মঙ্গলময়। 'শতাব্দ'ৰ অবিৰত যাত্ৰাত আপোনালোকৰ…
লখিমপুৰৰ বিদূষী মহিলা দেৱবালা ৰয়ৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ…
বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত…
লখিমপুৰৰ নতুন জিলা আয়ুক্ত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ নৱেম্বৰঃ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে আজি লখিমপুৰত নতুন জিলা আয়ুক্তৰূপে গায়ত্ৰী দেৱীদাস হ্যাইলিঙ্গেক নিযুক্তি দিছে। একেটা নিৰ্দেশনাতে বৰ্তমানৰ জিলা আয়ুক্ত সুমিত চত্তাৱানক কামৰূপ মহানগৰ জিলা আয়ুক্তৰূপে বদলি কৰিছে।
তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷…
তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত…
তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…
বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা
উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷…