Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী টুমুকী অঞ্চলত আজি বিয়লি প্ৰায় চাৰি বজাত দুখন আলট্ৰা বাছৰ মাজত হোৱা এক দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত বাছৰ যাত্ৰী সকল কথমপি ৰক্ষা পৰে৷উল্লেখযোগ্য যে,বিধ্বস্ত পথটোত আলট্ৰা বাছ সমূহৰ…

৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিক্ষাৰ্থীৰ গীত-মাত-নৃত্যৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৬ জুলাইঃ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত বিদ্যায়তনিক ক্ষেত্ৰত মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন , বিভিন্ন ন্যাসৰ…

লখিমপুৰৰ বাইপাছত ইন’ভা-আৰ্টিগাৰ মুখামুখি খুন্দাত অৰুণাচলৰ টিৰাপৰ যুৱতী নিহতঃ আহত তিনি

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৬ জুলাইঃ লখিমপুৰৰ বাইপাছত আজি পুৱা বেলা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ টিৰাপৰ এগৰাকী যুৱতী থিতাতে নিহত হয়৷ লীলাবাৰী সমীপৰ অভাৰবীজৰ কাষত এখন আৰ্টিগা আৰু এখন ইন’ভা গাড়ীৰ মুখামুখি…

দিনজোৰা কাৰ্যসূচীৰে ৩ আগষ্টত শোণিতপুৰ জিলা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাইঃ বিগত বৰ্ষৰ দৰে এই বছৰো পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনৰ ৩ আগষ্টত শোণিতপুৰ জিলা প্ৰতিষ্ঠা হোৱাৰ দিনটো জিলা দিৱস হিচাপে দিনযোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত উদযাপন কৰা হব ৷ এই উপলক্ষে, জিলা…

তেজপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুলাইঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত পুৰণী আলিমূৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়৷ অঞ্চলটোৰে বাসিন্দা প্ৰৌঢ়া মহিলাগৰাকী শাৰীৰিক ভাবে অসুস্থ আছিল আৰু যোৱা চাৰিদিনে তেওঁ নিৰুদ্দেশ হৈ আছিল৷পৰিয়ালৰ…

জল জীৱন মিছনৰ সজাগতাৰ বাবে বাটৰ নাট পৰিবেশন

উত্তৰ লখিমপুৰ, ২৪ জুলাইঃ অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত কৰা আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত…

কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য…

তিনিচুকীয়াত ২২ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ২

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জুলাই : মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ ব্যাপক অভিযান ৷ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ টি ৰ’ডস্থিত মিড টাউন নামৰ হোটেলখনত অভিযান…

অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ গৰুবন্ধাত অসমৰ ভূমিত অৰুণাচলৰ পথ নিৰ্মাণৰ প্ৰচেষ্টা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলে এতিয়াও অসমৰ ভূমিলৈ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে৷ যোৱা শনিবাৰে তেনে এক কথাই প্ৰতিপন্ন…