Browsing Category
ট্ৰেণ্ডিং
কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য…
তিনিচুকীয়াত ২২ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ২
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জুলাই : মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ ব্যাপক অভিযান ৷ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ টি ৰ’ডস্থিত মিড টাউন নামৰ হোটেলখনত অভিযান…
অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ গৰুবন্ধাত অসমৰ ভূমিত অৰুণাচলৰ পথ নিৰ্মাণৰ প্ৰচেষ্টা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলে এতিয়াও অসমৰ ভূমিলৈ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে৷ যোৱা শনিবাৰে তেনে এক কথাই প্ৰতিপন্ন…
মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃতেজপুৰত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুলাইঃ মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাটনৰ ঘটনাৰ সুবিচাৰ দাবীৰে আৰু এই জঘন্য কাণ্ডৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া…
মণিপুৰ কাণ্ডঃ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২ জুলাই: গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত হোৱা অমানৱীয় নিৰ্যাতনৰ চাঞ্চল্যকৰ ভিডিঅ’ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ…
মণিপুৰৰ বৰ্বৰ- জঘন্য কাণ্ডত জড়িতক ফাঁচী দিয়ক- সদৌ মিচিং নাৰী সংস্থা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুলাই ঃ চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হোৱা জঘন্য-বৰ্বৰ অমানৱীয় কাণ্ডৰে জড়িত সকলক শীঘ্ৰে ফাঁচীৰ দাবী জনাইছে টাকাম মিচিং মিমৌ কেবাং তথা সদৌ মিচিং নাৰী সংস্থাই৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংস্থাটোৱে এখন…
তিনিচুকীয়াৰ বিতৰ্কিত লটাৰী-কাণ্ডৰ সৈতেও সাঙোৰ খাইছিল বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱা আটাছুৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ জুলাই : বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হৈ শাসকীয় দলটোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ঠিকা লোৱা আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু যোৰহাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাচিত গগৈৰ মাজত হোৱা…
তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ…
তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা…
বীৰ লাচিত সেনাৰ তিনি সৈনিকক বহিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ তিনি সৈনিকক আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ এক বিজ্ঞপ্তিৰ জৰিয়তে বীৰ লাচিত সেনা, অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তই…
