Browsing Category

ট্ৰেণ্ডিং

মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল…

লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বৌদ্ধিক শিবিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা  এক বৌদ্ধিক শিবিৰত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক…

তিনিচুকীয়াত মিছন ইন্দ্ৰধনুষৰ টাস্ক ফ’ৰ্চৰ সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই…

জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উপ মুখ্য অভিযন্তাৰে বৈঠক সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ জুলাই : সদৌ অসম শাখা সহকাৰী আৰু উপ-অভিযন্তা সেৱা সন্হাৰ তৰফৰ পৰা আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক সাক্ষাৎ কৰি সন্হাৰ সমস্যাৰাজিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় বুলি এক বিবৃতিত উল্লেখ কৰিছে উপদেষ্টা ৰবীন্দ্ৰ…

ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৮ জুলাই : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিশেষভাৱে অভিনন্দন জনোৱা হয় ৷ ধেমাজি ৰাজহুৱা…

বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত…

ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা…

তেজপুৰত যুৱকৰ সলিল সমাধিঃ সুৰাই হ’ল কাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী ঘগৰাৰ দেৱনাথ হেৰেঞ্জৰ পুত্ৰ মুণ্ডা হেৰেঞ্জ(২০)নামৰ এজন যুৱকৰৰ সলিল সমাধি ঘটাৰ পাছত আজি পুৱা তেওঁৰ মৃতদেহ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ…

বি ডিভিজন ফুটবলত পূব শোণিতপুৰৰ সম্পূৰ্ণ পইন্ট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰ জিলাক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হোৱা বিশ্বজিৎ দত্ত ৰয় সোঁৱৰণি বি ডিভিজন ফুটবল লীগৰ আজি অনুষ্ঠিত হোৱা খেলত পূব শোণিতপুৰ ফুটবল দলে গাছা ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে৷আজিৰ…

তেজপুৰত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰত এজন আৰক্ষী বিষয়াৰ কুকৰ্মই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে একেই অভিযোগৰ কাহিনী৷ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন বিদ্যালয়ৰে অংকৰ শিক্ষক…