Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ…
তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ…
আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ তেজপুৰত আজি জনতাৰ ৰোষত পৰে এজন আৰক্ষী বিষয়া৷আনকি এগৰাকী যুৱতীলৈ আপত্তিকৰ বাৰ্তা প্ৰেৰণৰ অভিযোগত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷উল্লেখযোগ্য যে,তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে…
বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয়…
বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই…
ডেৰাডুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য চিন্তন শিবিৰ
ডেৰাডুন, ১৪ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক লৈ গঠিত 'কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ' (চি চি এইচ এফ ডব্লিউ)ৰ…
শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…
অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ…
লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত…
ৰাজ্যিক জলক্ৰীড়াত তেজপুৰ জিলা দলৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩০সংখ্যক সদৌ অসম জলক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ জিলাদলে মুঠ ৪৬টা পদক লাভ কৰি উজ্জীৱিত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷উল্লেখযোগ্য যে মাত্ৰ ৩৩জনীয়া এটা দলৰে সৰুসজাইত অনুষ্ঠিত…
