Browsing Category

ট্ৰেণ্ডিং

বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত…

ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা…

তেজপুৰত যুৱকৰ সলিল সমাধিঃ সুৰাই হ’ল কাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী ঘগৰাৰ দেৱনাথ হেৰেঞ্জৰ পুত্ৰ মুণ্ডা হেৰেঞ্জ(২০)নামৰ এজন যুৱকৰৰ সলিল সমাধি ঘটাৰ পাছত আজি পুৱা তেওঁৰ মৃতদেহ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ…

বি ডিভিজন ফুটবলত পূব শোণিতপুৰৰ সম্পূৰ্ণ পইন্ট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰ জিলাক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হোৱা বিশ্বজিৎ দত্ত ৰয় সোঁৱৰণি বি ডিভিজন ফুটবল লীগৰ আজি অনুষ্ঠিত হোৱা খেলত পূব শোণিতপুৰ ফুটবল দলে গাছা ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে৷আজিৰ…

তেজপুৰত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰত এজন আৰক্ষী বিষয়াৰ কুকৰ্মই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে একেই অভিযোগৰ কাহিনী৷ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন বিদ্যালয়ৰে অংকৰ শিক্ষক…

লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ…

তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ…

আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ তেজপুৰত আজি জনতাৰ ৰোষত পৰে এজন আৰক্ষী বিষয়া৷আনকি এগৰাকী যুৱতীলৈ আপত্তিকৰ বাৰ্তা প্ৰেৰণৰ অভিযোগত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷উল্লেখযোগ্য যে,তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে…

বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয়…

বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই…