Browsing Category

ট্ৰেণ্ডিং

বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয়…

বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই…

ডেৰাডুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য চিন্তন শিবিৰ

ডেৰাডুন, ১৪ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক লৈ গঠিত 'কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ' (চি চি এইচ এফ ডব্লিউ)ৰ…

শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময় 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই : নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত  গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত  প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ…

লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত…

ৰাজ্যিক জলক্ৰীড়াত তেজপুৰ জিলা দলৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩০সংখ্যক সদৌ অসম জলক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ জিলাদলে মুঠ ৪৬টা পদক লাভ কৰি উজ্জীৱিত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷উল্লেখযোগ্য যে মাত্ৰ ৩৩জনীয়া এটা দলৰে সৰুসজাইত অনুষ্ঠিত…

এফালে বন ধ্বংসযজ্ঞ আনফালে চলিছে ১ কোটি গছপুলি ৰোপনৰ মহা আয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুলাই : চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংসযজ্ঞ আৰু বনজ সম্পদৰ লুণ্ঠনৰ বাতৰিয়ে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ মাজতে এইবাৰ অসম চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে কৰা…

 ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ…

ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু…