Browsing Category
ট্ৰেণ্ডিং
অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন…
৬ জুলাইত শংকৰদেৱ কলাক্ষেত্ৰত ৫ বিদ্রোহী সংগঠনৰ ৮টা গোটৰ অস্ত্র সম্বৰণৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বিৰচা কামাণ্ডো ফৰ্চৰ ওডালগুৰি জিলা সমিতিৰ উদ্যোগত মাজবাট আঞ্চলিকৰ সহযোগত মেৰাবিল ভিচিডিচিৰ ফুহুৰাবাৰী গ্রাম্য খেলপথাৰত আয়োজিত সংগঠনটোৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৱা ১০ বজাত পতাকা উত্তোলন কৰি জিলা…
তেজপুৰত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন এটা পৰিয়ালৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩০ জুন: জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ'ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ তেজপুৰৰ নিকটৱৰ্তী মোৱামাৰী কলিতা চুবুৰীৰ এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়াল…
তিনিচুকীয়াৰ বাবে আবণ্টিত চি আই ডি এফৰ ২০০ কোটি ব্য়ৱহাৰত বিসংগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জুন : ৰাজ্যৰ ১৭ খন প্ৰধান চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ…
লখিমপুৰ-ধেমাজিৰ ৰেলপথ তিনিচুকীয়াৰ অধীনলৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুন : সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি অভিযোগ, প্ৰতিঅভিযোগৰ ধাৰা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজৰ অলক্ষিতে নতুনকৈ সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিটা গুৰুত্বপূৰ্ণ সংমণ্ডলৰ ৷…
দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ১০ হাজাৰ অখ্যাত – প্ৰচাৰ বিমুখ স্বাধীনতা সংগ্ৰামীৰ জীৱন…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: দেশৰ স্বাধীনতা আন্দোলনত বিশেষ অৱদান আগবঢ়োৱাৰ পিছতো জনসাধাৰণৰ মাজত অখ্যাত হৈ ৰোৱা বা কোনো ধৰণৰ প্ৰচাৰ লাভ নকৰা দেশৰ প্ৰায় দহ হাজাৰ স্বাধীনতা ৰণৰ অখ্যাত বীৰৰ জীৱন - কৃতী ডিজিটেলাইজ মাধ্যমৰে সংৰক্ষণ কৰি সেই…
সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ নৱনিৰ্মিত তিনিমহীয়া গৃহৰ আধাৰশিলা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে তেজপুৰৰ কেবাগৰাকীও সমাজ হিতৈষী লোকৰ তৎপৰতাত গঢ় লোৱা শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ তিনি মহলীয়া ব্যৱসায়িক গৃহৰ আজি আনুষ্ঠানিক ভাৱে শিলান্যাস সম্পন্ন হয়৷ পুৰোহিতৰ দ্বাৰা…
ৰাজ্যপাল কাটাৰিয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচি প্ৰশাসনৰ মাজত…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ “বড়োলেণ্ড স্থাপনৰ বাবে যিজন ব্যক্তিৰ বৃহৎ অৱদান আছিল তেওঁৰ অনুভূতি শিক্ষাৰে যোগ কৰি এই প্ৰয়াস কৰা হ’ব৷ ইয়াৰ বাবে বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধন্যবাদৰ পাত্ৰ৷” অসম চুক্তিৰ…
বানত বিপৰ্যয় বাঁহবাৰী মৌজাত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ জৰাসৰৰ বানে তেজপুৰৰ নিকটৱৰ্তী বালিপৰাত বিধ্বংসীৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাবে তেজপুৰৰ তথা চাৰিদুৱাৰ ৰাজহচক্ৰৰ হাটখোলা বাঁহবাৰী, বিন্দুকুৰি, ঘগৰা, ডেকাচুবুৰী, মোৱামাৰী আদিত ব্যাপক ক্ষতি কৰিছে৷ জৰাসৰ আৰু ডিপোতা…
কাৰো ওচৰত সেও নেমানি বেদখল, অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অব্যাহত ৰাখক অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন: ভুক্তভোগী সাধাৰণ জনতাৰ প্ৰবল দাবীত তিনিচুকীয়া পৌৰসভাই চহৰখনৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে অতি সম্প্ৰতি পদপথ আৰু ঘাইপথৰ এছোৱা বেদখল কৰি বহি থকা ফাষ্টফুডৰ দোকানসমূহ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এচাম লোক আৰু…
