Browsing Category

ট্ৰেণ্ডিং

ৰাজ্যপাল কাটাৰিয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচি প্ৰশাসনৰ মাজত…

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৮জুনঃ “বড়োলেণ্ড স্থাপনৰ বাবে যিজন ব্যক্তিৰ বৃহৎ অৱদান আছিল তেওঁৰ অনুভূতি শিক্ষাৰে যোগ কৰি এই প্ৰয়াস কৰা হ’ব৷ ইয়াৰ বাবে বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধন্যবাদৰ পাত্ৰ৷” অসম চুক্তিৰ…

বানত বিপৰ্যয় বাঁহবাৰী মৌজাত

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৮জুনঃ জৰাসৰৰ বানে তেজপুৰৰ নিকটৱৰ্তী বালিপৰাত বিধ্বংসীৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাবে তেজপুৰৰ তথা চাৰিদুৱাৰ ৰাজহচক্ৰৰ হাটখোলা বাঁহবাৰী, বিন্দুকুৰি, ঘগৰা, ডেকাচুবুৰী, মোৱামাৰী আদিত ব্যাপক ক্ষতি কৰিছে৷ জৰাসৰ আৰু ডিপোতা…

কাৰো ওচৰত সেও নেমানি বেদখল, অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অব্যাহত ৰাখক অভিযান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৮ জুন: ভুক্তভোগী সাধাৰণ জনতাৰ প্ৰবল দাবীত তিনিচুকীয়া পৌৰসভাই চহৰখনৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে অতি সম্প্ৰতি পদপথ আৰু ঘাইপথৰ এছোৱা বেদখল কৰি বহি থকা ফাষ্টফুডৰ দোকানসমূহ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এচাম লোক আৰু…

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৮ জুন: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আজি হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ-পাঠ্যক্ৰম আৰু উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই…

ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত” টিম হিউমিনীতিৰ” দেশজুৰি আৰম্ভ সজাগতা অভিযান

শতাব্দ,  লখিমপুৰ ২৮ জুনঃ   বেচৰকাৰী ৰক্তদাতা সন্থা “ টিম হিউমিনীতিয়ে“  সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি ৰক্ত দানেৰে জীৱন দি আহিছে  বিভিন্নজন লোকক৷ ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰতিস্থিত হোৱা “টিম  হিউমিনীতিৰ “চাৰিজন সদস্যই আজি  লখিমপুৰৰ…

লখিমপুৰত গৰুৰ বজাৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ, লখিমপুৰ ২৮ জুনঃ লখিমপুৰৰ বঙালমৰাত অবৈধ ভাৱে গৰুৰ বজাৰ আয়োজন কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বঙালমৰা সাপ্তাহিক বজাৰত আজি  ঈদৰ উপলক্ষে পাতিছিল এই গৰুৰ বিশেষ বজাৰখন৷ প্ৰশাসনে উক্ত গৰুৰ বজাৰখন  বন্ধ…

ব্ৰহ্মপুত্ৰৰে নিশা গৰুৰ অবৈধ সৰবৰাহঃ মেছিন নাওঁ সহ গৰু জব্দ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭জুনঃ তেজপুৰৰ পৰা নিশা ব্ৰহ্মপুত্ৰৰে নাৱত গৰুৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং ব্যৱসায়ীয়ে।ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে তথা নিষেধাজ্ঞাৰ বিপৰীতে শোণিতপুৰৰ লজতে তেজপুৰৰ বিভিন্ন ঘাটৰ পৰা নিশা নাৱত নগাঁও জিলালৈ গৰুৰ সৰবৰাহ…

প্ৰলোভনৰ জাল পেলাই লাখ লাখ টকা আত্মসাত  অংকুৰ-বিশাল প্ৰৱঞ্চক বাহিনীৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ বিভিন্ন জনক চাকৰি নতুবা বদলিৰ প্ৰলোভনৰে লাখ লাখ টকা সৰকাইছিল তেজপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ভুৱা  উপায়ুক্ত অংকুৰ শইকীয়া আৰু তেওঁৰ ১০জনীয়া দলটোৱে৷  এইক্ষেত্ৰত অংকুৰৰ প্ৰধান সহযোগী আছিল জামুগুৰিহাটৰ বিশাল…

তেজপুৰত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ চৌহদত গাতখান্দি পুতিলে  মহিলাৰ মৃতদেহ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,২৭জুনঃ তেজপুৰ চহৰৰ চানমাৰী ৰেলগেটৰ এজন লোকৰ ঘৰৰ চৌহদত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা  ঘটনাই সমগ্ৰহ তেজপুৰ চহৰ খনতে ব্যাপক  চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে পেছাত ইৰিক্সা চালক ৰাজু আইচ নামৰ…

লখিমপুৰত পুনৰ ছিগিল মথাউৰি

শতাব্দ লখি‍মপুৰ, ২৭ জুনঃ লখিমপুৰত বান কমিছে যদিও কমানাই  বান বিধ্বস্ত ৰাইজৰ দুৰ্যোগ।বানে ধোৱা নাওবৈছাত বানত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া বিননি। এতিয়াও আশ্ৰয় শিবিৰত আাছে বহু লোক ।বানৰ পৰা পৰিত্ৰান পাৱলৈ সেয়ে বান বিধ্বস্ত ৰাইজে বাধ্য হৈ নাওবৈছাত…