Browsing Category

ট্ৰেণ্ডিং

ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ উপায়ুক্তৰ ছাডেন ভিজিটত…

মৰ্মন্তুদ! নাওবৈচাত দুই দেৱ শিশুক হত্যা কৰি মাতৃৰ আত্মহনন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম অঞ্চল নাওবৈচাৰ শালমৰাত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নাওবৈচাৰ শালমৰা গাঁৱত অক্ষয় পায়েঙৰ পত্নী সৰুমাই পায়েঙে আজি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে তেওঁৰে দুই পুত্ৰ-কন্যাক ডিঙি…

লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত…

তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত…

তেজপুৰত পথৰ মাজত প্ৰকাণ্ড গাঁতঃ বহুকেইটা দুৰ্ঘটনা সংঘটিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নগৰে চহৰে ভগ্নাৱশেষৰ দৰে জৰাজীৰ্ণ পথবোৰ বৰ্তমানেও পূৰ্বৰ দৰেই আছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ন আলি মূৰৰ পৰা ঘগৰা সংযোগী গড়কাপ্তানি পথটোৰ মাজত প্ৰকাণ্ড গাঁত বৰ্তমানেও…

‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ সমাজ বিজ্ঞানী তৰুণ গগৈক প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান অনুষ্ঠানটি বালিজান নাহৰণি জনকল্যাণ সংঘৰ…

 লটাৰী-কাণ্ডত জড়িত তিনিচুকীয়াৰ ২ সাংবাদিক ৰঙাঘৰলৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : দিনচেৰেক পূৰ্বে তিনিচুকীয়াৰ বৈদ্যুতিন মাধ্যমৰ অমিত গগৈ নামৰ এক সংবাদকৰ্মীক আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ উপহাৰ কুপনৰ (লটাৰী) নামত প্রবঞ্চনাৰ জাল…

নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ এটা পৰিয়ালক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ বিগত তিনিমাহ ধৰি অকলশৰে থকা পৰিয়ালটো এতিয়া চূড়ান্ত হতাশাত…

তেজপুৰৰ ডিপোতা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা সম্পূৰ্ণ এসপ্তাহৰ পাছত যুৱকনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷…