Browsing Category

ট্ৰেণ্ডিং

তেজপুৰৰ পুনিয়নিত ভূমিকেন্দ্ৰীক বিবাদঃ আৰক্ষী চকীত ধৰ্ণা

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পুনিয়নিত ইতিপূৰ্বে সংঘটিত এক ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতিত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ আজিও সামকটা নাই৷ সংঘটিত ঘটনাত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ বিপৰীতে…

লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল পানীৰ প্ৰকল্প মুকলি কৰিলে আৰক্ষী অধীক্ষক বিষয়া আনন্দ মিশ্ৰই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ জুনঃ মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা সেৱা মহোৎসৱৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল খোৱাপানীৰ এটি প্ৰকল্প আজি মুকলি কৰা হয়। উত্তৰ লখিমপুৰ…

তেজপুৰৰ শিশু জাইনাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭জুনঃ ৰঙাপৰাৰ কমলা ভৱনত  উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হৈ যোৱা বিএছ ইভেন্ট প্ৰডাকচনৰ দ্বিতীয় বাৰ্ষিক ফয়েনিক্স উত্তৰ পূৱ ফেষ্টিভেলৰ মডেলিং প্ৰতিযোগিতাৰ শিশুৰ ক শাখাত তেজপুৰৰ জাইনা শিৱমে প্ৰথম স্হান অৰ্জন…

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ…

তিনিচুকীয়াৰ দুই মেধাৱী ছাত্ৰীক প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুন : মঙ্গলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মেধাৱী ছাত্ৰী ক্ৰমে স্মৃতি ঠাকুৰ…

লখিমপুৰত আৰ্থিক দীনতাক নেওচি উজ্বলিল কৰিশ্মা-নিহা

উত্তৰ লখিমপুৰ, ৭ জুনঃ আৰ্থিক দীনতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা এইবাৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ লীলাবাৰীৰ কৰিশ্মা কলিতা আৰু নিহা গোঁহায়ে। কালি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ…

শিক্ষকৰ আন্দোলন মষিমূৰ কৰিবলৈ অধ্যক্ষই নিকৃষ্ট পন্থা লোৱাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ নাৰী নিৰ্যাতনৰ দৰে ঘটনাত সাঙুৰ খাই পৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে দীৰ্ঘদিন শান্তিপূৰ্ণভাবে আন্দোলন চলাই অহাৰ পিছত শিক্ষকৰ আন্দোলন চলে বলে কৌশলে মষিমূৰ কৰিবলৈ অধ্যক্ষই কৰা ষড়যন্ত্ৰৰ আজি…

নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল…

ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপঃ স্বাস্থ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুন : বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি…

ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ

ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…