Browsing Category
ট্ৰেণ্ডিং
নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল…
ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপঃ স্বাস্থ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুন : বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি…
ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ
ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ
লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…
অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি
অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন
তিনিজনক অপহৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ…
অৰুণাচলীৰ গুলীত অসমৰ দুজন লোক নিহত
অৰুণাচললৈ ঘূৰাই পঠালে শতাধিক বাহনঃ অৰুণাচলী মহিলা আহতঃ গোগামুখত অৰুণাচলী কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ লোকঃ অৰুণাচল আৰক্ষীলৈ চোচাঃ সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক, দোষীক কঠোৰ শাস্তি দিয়কঃ সদৌ অসম ছাত্ৰ সন্থাঃ লখিমপুৰত যুৱ-ছাত্ৰ…
উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত
উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ' ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি…
বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩…
লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী
উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা…
তেজপুৰৰ বিভিন্ন অনুষ্ঠানে ভিন্ন কাৰ্যসূচীৰে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ জুন : বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজিৰ দিনটোত প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি দৰং…
মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ জুন: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত ‘চিংফৌসকলৰ লোকসংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনা’ – শীৰ্ষক এক আলোচনা-সত্ৰ আৰু ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হৈ যায়৷ ৩ জুনৰপৰা ৪জুনলৈ…
