Browsing Category

ট্ৰেণ্ডিং

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি অসম পৰ্বতাৰোহণ সন্হাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,৪ জুনঃ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয়৷ ৫৪ দিনীয়া অভিযান সামৰি ৭ জনীয়া অভিযানকাৰী…

ফাটবিহু বিতৰ্কৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা এক লোক-উৎসৱ ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু। এইবাৰৰ উদযাপনত ফাটবিহুৰ কেইবা দশক জোৰা সুনাম, আতিথ‍্য আৰু পৰম্পৰাক কুঠাৰাঘাত কৰা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত…

ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব চৰকাৰে

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আৰু ঐশ্বৰীয় হাৰ্হি দেৱালয়ক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাবে আকষৰ্ণীয় কৰি অসম চৰকাৰে গঢ়ি তুলিব ।এই মন্তব্য অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।…

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জুনঃ লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিয়ে আজি দায়িত্বভাৰ গ্ৰহণ কৰে।নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি পুৰণা সমিতিৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত পুৰণা আৰু নতুন সমিতিৰ এক যুটীয়া বৈঠকত জিলা সংস্থাৰ স্থাবৰ অস্থাবৰ…

দক্ষিণপাট সত্ৰৰ উদ্যোগত মাজুলীত আধ্যাত্মিক যুৱ সন্মিলন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩ জুন : মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত দক্ষিণপাট সত্ৰৰ উদ্যোগত যোৱা ১ জুনৰ পৰা আয়োজিত আধ্যাত্মিক যুৱ সন্মিলনৰ আজি তৃতীয় দিনা 'জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা' অনুষ্ঠিত কৰা হয়। শনিবাৰে বিয়লি এই কৰ্মশালা…

বাছত অগ্নিকাণ্ড : তদন্তৰ বাবে তিনিচুকীয়াত ফৰেনছিক বিশেষজ্ঞ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ জুন : তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাচ আস্থানত ১ জুনৰ পুৱা সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে আজি ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিক বিশেষজ্ঞৰ দল ৷ উল্লেখ্য যে…

ডুমডুমাত কৃতী ছাত্ৰক জিতু হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান

শতাব্দ তালাপৰ প্ৰতিবেদক, ৩ জুন : সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে অনিক ধৰ আৰু মিহিৰজ্যোতি মৰাণে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হোৱাত জিতু হাজৰিকা সোঁৱৰণি বঁটা লাভ কৰিবলৈ…

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিশ ফুট ওপৰৰ পাহাৰৰ পৰা ৰঙানদীত পৰিল এল্ট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ জুন ঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পলমকৈ আজি পোহৰলৈ আহিছে ৷ সেই নিশা পাহাৰৰ ৪০০ ফুট ওপৰৰ পৰা এখন বাহন তলৰ ৰঙানদীত পৰাৰ ফলত ক’হিমা আৰু কাৰ্বি আংলঙৰ…

লখিমপুৰত অভিনয়-পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুনঃ শিশু আৰু কিশোৰ কিশোৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সান্নিধ্য নাট্য বিদ্যালয়ৰ উদ্যোগত তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় আৰু প্ৰতিবিম্ব-দি ৰিফ্লেক্সনৰ সহযোগত অহা ২১ জুনৰ পৰা ২৫ জুলাইলৈকে লক্ষীমপুৰ বাণিজ্য…

তেজপুৰ চহৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ শিক্ষক 

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুনঃ তেজপুৰৰ নিকটৱৰ্তী শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী আজি দুপৰীয়াৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিজ হলেশ্বৰ নিবাসী…