Browsing Category

ট্ৰেণ্ডিং

ধলপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তিনিবাহনৰ সংঘৰ্ষ: আহত ৫

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ ছেপ্টেম্বৰঃ- লখিমপুৰ জিলাৰ ধলপুৰত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক গুৰুতৰ ভাবে আহত হয় ৷ আজি সন্ধিয়া প্ৰায় ৬:৪৫ ত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণি অনুসৰি গুৱাহাটীৰ পৰা…

মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ ৯ মাহেও আৰম্ভ নহ’ল সোৱণশিৰিৰ ঘূনাসুঁতি দলঙৰ নিৰ্মাণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূনাসুঁতিলৈ আহি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিক্ষিত ঘূনাসুঁতি দলংখনৰ নিৰ্মাণ কাৰ্য ডেৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি ঘোষণা…

লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল চৰকাৰৰ উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা খণ্ডত অনবদ্য অৱদান আগবঢ়োৱা ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰৰ বিশিষ্ট ব্য়ক্তি বলিনাৰায়ণ ফুকনক অৰুণাচল চৰকাৰে উচ্চ শিক্ষাৰ আটাইতকৈ…

কৰ্মচাৰীৰ অকাল মৃত্যু : তিনিচুকীয়া পৌৰসভাক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা তিনিচুকীয়া পৌৰসভাৰ এজন অস্থায়ী কৰ্মচাৰীক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে পৌৰসভাক নিৰ্দেশ দিছে তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা…

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি

কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি - সম্পাদকৰ বৈঠক মূল মণ্ডপ উৎসৰ্গিত হ'ব জ্যোতি - বিষ্ণুৰ সোঁৱৰণত - মূল মঞ্চ হ'ব নটসূৰ্য্যৰ সোঁৱৰণত চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ'ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট…

মুকলিৰ তিনিবছৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত ঔষধ-সা-সুবিধা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন যোৱা তিনিটা বৰ্ষৰ পূৰ্বেই আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল যদিও আজিও চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা লাভ নকৰিলে৷ যাৰবাবে এই চিকিৎসালয়খনত এতিয়া ৰোগীসকলে…

বালিপৰাত হেৰইন জব্দ:নৈত জাপ দি পলাল সৰবৰাহকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাটত যোৱা নিশা মাৰাত্মক হে'ৰইন জব্দ কৰাৰ বিপৰীতে দুই সৰবৰাহকাৰীয়ে নৈত জাপ দি পলায়ন কৰে৷উল্লেখযোগ্য যে,ইতিমধ্যেই জিলাখনৰ তেজপুৰ আৰু চাৰিদুৱাৰ আৰক্ষী…

তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই…

তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা…

২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন

গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন…