Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই…
তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা…
২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন
গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৭০ গৃহৰক্ষী জোৱানক অব্যাহতিত প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহত কেৱল লখিমপুৰ আৰু ধেমাজি জিলাৰ যুৱক-যুৱতী সকলক নিযুক্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱা সভাত দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
দিল্লীত সুব্ৰত কাপ স্কুল ফুটবলত লখিমপুৰে দিলে ১৯ গল
নতুন দিল্লী, ২০ ছেপ্টেম্বৰঃ নতুন দিল্লীত চলি থকা ছোৱালীৰ ১৭ বছৰ অনুৰ্দ্ধৰ সুব্ৰত কাপ সৰ্বভাৰতীয় স্কুল ফুটবলৰ প্ৰথমখন গ্ৰুপ লীগৰ খেলত অসমৰ চেম্পিয়ন দল, লখিমপুৰৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক স্কুলে জম্মু-কাশ্মীৰৰ প্ৰতিপক্ষক ১৯-০ ব্যৱধানত…
তেজপুৰৰ নাৰ্ছিং হ’মত প্ৰসুতিৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ প্ৰসুতিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় তেজপুৰৰ এখন নাৰ্ছিংহোমত৷ উল্লেখযোগ্য যে, চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে চৰকাৰী চিকিৎসালয়ৰ পৰিবৰ্তে ব্যক্তিগত নাৰ্চিং হোমত দুবাৰকৈ…
লখিমপুৰত পি এম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰিৰ ন ন তথ্য উন্মোচন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত কৰুণাবাৰী উন্নয়ন খণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে৷ ইতিপূৰ্বে পঞ্চায়তখনৰ…
তেজপুৰ পৌৰসভাৰ কেবালাখ টকীয়া আঁচনিঃবাঁহৰ বেৰা দি বন্ধ কৰিব আৱৰ্জনা পেলোৱা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯ছেপ্টেম্বৰঃ তেজপুৰৰ বিভিন্ন স্হানত একাংশ লোকে আৱৰ্জনা পেলাই যি পৰিস্হিতিৰ উদ্ভৱ কৰি আহিছে তাৰ পৰিত্ৰাণ বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে তেজপুৰ পৌৰসভাই৷উল্লেখযোগ্য যে,তেজপুৰ পৌৰসভাৰ অধীনত কৰ্মৰত বহুসংখ্যক হৰিজন…
লখিমপুৰত ১ লাখ টকাৰ উৎকোচ বিছাৰি মণ্ডল গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে উৎকোচ গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী সঘনাই আৰক্ষীৰ জালত পৰাৰ সময়তে লখিমপুৰত ১ লাখ টকাৰ ধনদাবীৰ অভিযোগত আজি এজন মণ্ডলক আৰক্ষীয়ে আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত…
বাৰেকুৰিবাসীৰ মৰমৰ হলৌ বান্দৰ ”কলীয়া”ৰ চিৰবিদায়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ মৰমৰ কলীয়া আৰু নাই ৷ প্ৰায় চাৰিটা দশক বাৰেকুৰিৰ কোলাত উমলি পাৰ কৰা কলীয়াই সোমবাৰে নিশা সকলোকে কন্দুৱাই প্ৰাণ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায়…
