Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ছেপ্তেম্বৰঃ ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী শীলা বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মহিলাৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সোণালী জয়ন্তী“ উদযাপন, কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৪ বৰ্ষৰ…

নৰ্থ লখিমপুৰ কলেজত ‘ভাষাবিজ্ঞানঃ তত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ চেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি ‘ভাষাবিজ্ঞানঃতত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখুৱাই সঞ্চালনা কৰা অনুষ্ঠানটিৰ উদ্দেশ্য সম্পৰ্কে…

মাৰ্ঘেৰিটাৰ বিননিঃ এফালে পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলিছে কয়লাৰ লুণ্ঠন আনফালে গছপুলি ৰোপণৰ বিশ্ব…

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰঃ এফালে কয়লা চোৰৰ উপদ্ৰৱত পাটকাইৰ ৰোদন আৰু আনফালে চলিছে চৰকাৰী পৃষ্ঠপোষকতাত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ চোৰাং বেহাই সঘনাই দখল কৰি আহিছে সংবাদ…

শোণিতপুৰত জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ কৃষিৰ বাবে উপযুক্ত ব্যৱস্থাৰ অভাবে ৰাজ্যৰ বহু কৃষককে হতাশাগ্ৰস্ত কৰাৰ উদাহৰণ ৰাজ্যত দেধাৰ আছে৷থলুৱা লোকে কৃষি কাৰ্য নকৰে বুলি অতি সহজেই একাংশই প্ৰকাশ কৰি অহাৰ বিপৰীতে বছৰি ধান খেতি কৰা বহুসংখ্যক…

তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ…

অৰুণাচলত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এজন কেডাৰ নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ জানিব পৰা মতে চাংলাং জিলাৰ মিয়াও থানাৰ…

বান্দৰদেৱাত পথ দুৰ্ঘটনাত হাৱাজানৰ যুৱকৰ মৃত্যুঃ কদমত বলেৰ’-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত আহত- ৬

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১১ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ বান্দৰদেৱাত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ উক্ত দুৰ্ঘটনাত হাৱাজানৰ এজন যুৱক নিহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বান্দৰদেৱাৰ পৰা হাৱাজানৰ গৃহাভিমুখে…

তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক…

শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক 'দেশ বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত…

তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়।…