Browsing Category

বিজ্ঞান

নতুন ধৰণৰ বৰফৰ সম্ভেদ লাভ বিজ্ঞানীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিলঃ উচ্চ চাপৰ মাধ্যমেৰে পানীৰ বিভিন্ন উপকৰণ পৰ্যালোচনা কৰি নতুন ধৰণৰ যিবিধ বৰফৰ সম্ভেদ বিজ্ঞানীয়ে লাভ কৰিছে,সেইবিধ বৰফ পৃথিৱীত থকাৰ সম্ভাৱনাই নাই ! আৱিষ্কাৰ কৰা হৈছে dubbed Ice-VIIt নামৰ বৰফৰ নতুন ৰূপ। নতুন…

ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা নিযুক্ত

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী অধ্যাপক অজয় কুমাৰ সুদক ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক সুদ বৰ্তমান প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু…

উল্কাপাতৰ লগতে ভিনগ্রহীও আহে পৃথিৱীলৈ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ এপ্ৰিল : এলিয়েন অর্থাৎ ভিনগ্রহী যাক লৈ বিশ্ববাসীৰ অলেখ আগ্রহ আছে। সঁচাকৈয়ে কি ভিনগ্রহী আছে, তেওঁলোক কি পৃথিৱীলৈ আহে- এই লৈ সঘনাই আলোচনা হয়। সম্প্রতি মার্কিন যুক্তৰাষ্ট্রৰ স্পেচ কমাণ্ডে নিশ্চিত কৰিছে যে,…

পৃথিৱীত হ’ব পাৰে শক্তিশালী সৌৰ ধুমুহা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল : মাৰ্কিন মহাকাশ গৱেষণা সংস্থা, নাছাৰ সতর্কবাণীয়ে উদ্বেগ বঢ়াইছে আমাৰ এই গ্রহত। নতুন এটা চক্রত প্রৱেশ কৰিছে সূর্য। ইয়াৰ প্রভাৱত পৃথিৱীত আছাৰ খাই পৰিব পাৰে এক শক্তিশালী সৌৰ ধুমুহা। হাতত মাত্র ২৪…

ধন কুবেৰ এল’ন মাস্ক, জেফ বেজ’, মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধ

ভাৰতবৰ্ষৰ কেইবাশ নিযুত লোকক লক্ষ্য কৰি লৈ বিশ্বৰ তিনিজন ধন কুবেৰ এল'ন মাস্ক, জেফ বেজ', মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে। ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাই অহা ডিজিটেল জীৱন শৈলীৰ সুযোগ গ্ৰহণ কৰিবলৈ…