Browsing Category
ভাৰত
চাইবাৰ অপৰাধৰ হাৰ : অসমৰ দ্বিতীয় স্থান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : শেহতীয়া চৰকাৰী তথ্য অনুসৰি ভাৰতত ২০২১ চনত ৫২,৯৭৪ টা চাইবাৰ অপৰাধৰ গোচৰ সংঘটিত হৈছে, যিটো ২০২০ চনৰ তুলনাত ৫ শতাংশতকৈ অধিক (৫০,০৩৫ গোচৰ) আৰু ২০১৯ চনৰ তুলনাত ১৫ শতাংশতকৈ অধিক (৪৪,৭৩৫ টা গোচৰ)।…
ছোভিয়েট নষ্টালজিয়া পাহৰি সেনা হ’ব আত্মনিৰ্ভৰশীল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : ভাৰতীয় সেনা বাহিনীৰ বহুল পৰিৱৰ্তন হ’বলৈ ওলাইছে৷ ছোভিয়েট যুগৰ অস্ত্ৰৰ সলনি ভাৰতত নিৰ্মিত অস্ত্ৰ সেনাৰ হাতত থাকিব। ২৮ আগষ্টত ভাৰতীয় সেনাই ঘোষণা কৰে যে দেশৰ পদাতিক বাহিনীক যান্ত্ৰিক সঁজুলিৰে সজ্জিত কৰা…
আছে হোটেল আৰু হেলিপেড ! হাৰিয়ানাত স্থাপন দেশৰ সৰ্ববৃহৎ ব্যক্তিগত চিকিৎসালয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত হাৰিয়ানাৰ ফৰিদাবাদত এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰো উপস্থিত থাকে।…
কেন্দ্ৰই বিক্ৰী কৰিব বিএছএনএলৰ ১৩,৫৬৭ টা টাৱাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : যোৱা ২৫ আগষ্টত ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ ১২ অক্টোবৰৰ পৰা দেশত ৫জি সেৱা আৰম্ভ হ’ব। দেশৰ ব্যক্তিগত টেলিকম অপাৰেটৰসকলে ৫জি সেৱা আৰম্ভ…
ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : আজি ২৭ আগষ্ট শনিবাৰে ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ উদয় উমেশ…
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ কামৰূপ চি জে এম আদালতৰ চমন জাৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চমন জাৰি কামৰূপ চি জে এম আদালতৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত কামৰূপ চি জে এম আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ…
বুলেট ট্ৰেইনৰ অগ্ৰগতি কিমানঃ প্ৰতিবেদন দাখিল ৰে’ল মন্ত্ৰালয়ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : আহমেদাবাদ আৰু মুম্বাইৰ মাজৰ হাইস্পীড ৰে’ল কৰিডৰত প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত চলিবলগীয়া মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) প্ৰকল্পৰ বৰ্তমানৰ অৱস্থা বিষয়ে ৰে'ল মন্ত্ৰালয়ে সবিশেষ ভাগ-বতৰা কৰিছে…
অভূতপূৰ্ব! প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাত ‘দেশী কুকুৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান জনাইছিল। তেওঁ কৈছিল, আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগে। সেই নিৰ্ভৰতাৰ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা…
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল
চাবাহাৰ বন্দৰ ভ্ৰমণৰ লগতে ইৰাণৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰিব সোণোৱালে। চাবাহাৰ হৈ আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰৰ উন্নত ব্যৱহাৰৰ জৰিয়তে ভাৰতৰ বাবে বাণিজ্যৰ নতুন সুযোগ-সম্ভাৱনাৰ পথ প্ৰশস্ত হ'ব।
শতাব্দ…
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ শতাধিক বিশ্বখ্যাত লেখকৰ পত্ৰ
সৰব ছলমান ৰুছদীকে ধৰি বহু বিশ্ববিখ্যাত সাহিত্যিক
