Browsing Category
ভাৰত
সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা
গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে…
তিনি দশকৰ পাছত কাশ্মীৰত মুকলি চিনেমা হল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : ৩০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত মুকলি হৈছে চিনেমা হল। ১৯৮০ চনৰ পিছত আকৌ এবাৰ কাশ্মীৰৰ জনসাধাৰণ বাটলৈ আহিব। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ১৮ ছেপ্টেম্বৰ দেওবাৰে কাশ্মীৰত দুটা মাল্টিপ্লেক্স…
৭৭৭৫কিলোমিটাৰ জোৰা অমৃত যাত্ৰা স্মাৰকসহ তেজপুৰত আইটিবিপিৰ দল উপস্থিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৮ছেপ্টেম্বৰ: ইণ্ডো তিব্বত সীমা আৰক্ষীৰ ৭৫দিনীয়া যাত্ৰা কালি ৰাজ্যত প্ৰৱেশ কৰে৷ ৭৭৭৫ কিলোমিটাৰ দেশৰ সীমান্ত এলেকা স্পৰ্শ কৰিবলগীয়া এই অমৃত যাত্ৰা বাহিনীটোৰ বিভিন্ন বেটেলিয়নে পৰ্যায়ক্ৰমে অব্যাহত ৰাখিছে৷ কালি বিয়লি…
বেগ, জোতা, লিপষ্টিকৰ পৰা গুলী ওলাব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ এজন যুৱকে মহিলা সুৰক্ষাৰ বাবে কেইবাটাও আধুনিক সঁজুলি তৈয়াৰ কৰি শ্বেলফত ৰাখিছে। তেওঁৰ এই উদ্ভাৱনে বহুতৰে মন কাঢ়িছে। তেওঁৰ নতুন বেগ, লিপষ্টিক আৰু জোতাৰ ডিজাইন এতিয়া চৰ্চিত হৈ…
একত্ৰীকৰণৰ দিশত দেশৰ তিনি বাহিনী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : ভাৰত ক্ৰমান্বয়ে দেশৰ তিনিটা প্ৰধান সশস্ত্ৰ বাহিনী ক্ৰমে ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাৰ একত্ৰীকৰণৰ দিশত আগবাঢ়িছে। ইয়াৰ ফলত এটা বাহিনীৰ সকলো প্ৰয়োজনীয় সম্পদ আন…
ইণ্টাৰনেট কৰ্তন ‘মৌলিক অধিকাৰ উলংঘন’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ: কোনো ধৰণৰ ঘটনা ঘটিলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইণ্টাৰনেট বন্ধ কৰি দিয়ে প্ৰশাসনে। ৰাজনৈতিক হিংসাৰ ক্ষেত্ৰতেই হওক বা ব’ৰ্ড পৰীক্ষাৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত এই পদ্ধতি গ্ৰহণ কৰা হয়। কোনো…
নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত ভাৰতৰ সফলতা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ভাৰতে পুনৰ এক নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ভাৰতীয় সেনাই ৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ৬টা ফ্লাইট পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। উৰিষ্যাৰ…
অত্যাধুনিক হ’ব দেশৰ ১৪৫০০খন বিদ্যালয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : কালি ৭ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া’ বা PMSRI প্ৰকল্পত অনুমোদন জনায়। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ১৪,৫০০খন বিদ্যালয়ক পি এম-শ্ৰী বিদ্যালয় হিচাপে…
প্ৰীতি পেটেলৰ পিছত চুয়েলা ব্ৰেভাৰমেন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ভাৰতীয় মূলৰ প্ৰীতি পেটেলে ব্ৰিটিছ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁৰ ঠাইত ভাৰতীয় মূলৰ আন এগৰাকীয়ে ল’ব পাৰে এই দায়িত্ব। তেওঁ হৈছে চুয়েলা ব্ৰেভাৰমেন। সংবাদ সংস্থা…
আই এন এছ বিক্ৰান্ত কি, ক’ত, কিয় বিখ্যাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'আত্মনিৰ্ভৰ' ভাৰতৰ কল্পনা কৰিছিল। আৰু সেই সপোনৰ বাস্তৱতা হৈছে INS Vikrant। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে পানীত ওপঙি উঠিল এই বিশাল বিমানবাহী জাহাজখন। ভাৰত সাগৰত…
