Browsing Category

ভাৰত

জ্ঞান অসমক “অমৰ মৃতক” ঘোষণা আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাইঃ ভাৰতীয় সেনাৰ এক অভিযানত ১ জুলাইত কাকপথাৰত নিহত হোৱা আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট (মৰণোত্তৰ) জ্ঞান অসম ওৰফে সন্তোষ গগৈক "অমৰ মৃতক"ঘোষণা কৰা হৈছে। আলফা স্বাধীনৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসমে "শতাব্দ"লৈ এক ই…

ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থীৰ সংখ্যা ৭২ জন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই :‌ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৭২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জানিব পৰা মতে, দায়িত্বত থকা বিষয়াসকলে এই ৭২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি আছে। আইন অনুসৰি এজন প্ৰাৰ্থীক মনোনীত কৰিবলৈ…

ৰাজনীতিত সিন্ধেৰ সাধুকথাৰ দৰে উত্থান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : বিদ্ৰোহৰ আৰম্ভণিতে শিৱসেনাৰ মুৰব্বী তথা তেতিয়াৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই একনাথ সিন্ধেৰ শিবিৰৰ বিধায়কসকলক প্ৰশ্ন কৰিছিল— "দল ভাঙিলেও একনাথ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে?" বিজেপিয়ে হাৰ মানিবনে? এচাম ৰাজনৈতিক…

পৰীক্ষামূলক উৎক্ষেপণত সফল ‘অভ্যাস’!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : ২৯ জুন বুধবাৰে ভাৰতৰ মাটিত নিৰ্মিত তীব্ৰবেগী সম্প্ৰসাৰণযোগ্য আকাশী লক্ষ্য ‘হেবিট’ৰ সফল উৎক্ষেপণ কৰা হয়। উৰিষ্যাৰ চণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা ডি আৰ ডি অ’ই এই উৎক্ষেপণ কৰে। এই পদক্ষেপৰ লগে লগে…

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুন : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত এইবাৰ ঘোষণা কৰা হৈছে দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অহা ৮ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। একেদিনাই ভোট গণনা কৰা হ’ব। অৰ্থাৎ ৮…

এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিক আদৰিবলৈ ভাৰতবাসী সাজু

নৱ ঠাকুৰীয়া যদি কোনোবাই ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাত জনপ্ৰতিনিধি নিৰ্বাচনৰ সহজ গাণিতিক হিচাপ আৰু ন্যূনতম ৰাজনৈতিক জ্ঞানক বিশ্বাস কৰে, তেন্তে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰই অহা মাহত নতুন দিল্লীত এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি লাভ কৰিব…

মহাৰাষ্ট্রজুৰি গৃহযুদ্ধ শিৱসেনাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিনা যুদ্ধে সূচ্যগ্র মেদিনী দিবলৈ ৰাজি নহয় উব্ধৱ থাকৰে। নাটকৰ শেষ দৃশ্যৰ আগেয়ে তেওঁ ইস্তফা নিদিয়ে। কাৰণ, এতিয়া আৰু চৰকাৰ নহয়, দলৰ অধিকাৰ ৰক্ষাই প্রধান যুদ্ধত পৰিণত হৈছে। এই পৰিস্থিতিত ২৫ জুনত মহাৰাষ্ট্রৰ…

শংকৰদেৱ কলাক্ষেত্রত “মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী” উন্মোচন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি "মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী" শীৰ্ষক গ্ৰন্থখন ৰাজ্যিক ভিত্তিত উন্মোচন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে…

প্রতিৰক্ষা গৱেষণাত সাফল্য ভাৰতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : বৃহৎ সাফল্য ভাৰতৰ প্রতিৰক্ষা গৱেষণা ক্ষেত্রত। উৰিষ্যাৰ চাঁদিপুৰ উপকূলত এখন যুদ্ধজাহাজৰ পৰা ২৪ জুনত ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইল VL-SRSAM সফলভাৱে পৰীক্ষা কৰা হয়। প্রতিৰক্ষা মন্ত্রী…

অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি…