Browsing Category

লিড

হিমন্তবিশ্ব শৰ্মাৰ সীমা বিবাদ নিষ্পত্তি চুক্তি অসাৰঃ অৰুণাচলীয়ে লখিমপুৰৰ বনাঞ্চলত গছ কাটিয়েই আছে

 জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ ঘটনাস্থলী পৰিদৰ্শন অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটছাৰ তীব্ৰ ক্ষোভ কাকৈত ভূমি দখলৰ প্ৰচেষ্টাৰে অৰুণাচলীৰ আগ্ৰাসন বনাঞ্চলত বন শিবিৰ স্থাপনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১৯ মে’ ঃ অসম অৰুণাচলৰ মাজত…

আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও 

হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চএখনো ব্লেক বৰ্ড নাই প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল ৯৮ লাখ টকীয়া গৃহ…

জোনমণি ৰাভাৰ মৃত্যুৰ লগত লখিমপুৰ আৰক্ষী জড়িত বুলি অভিযোগ

 সাঙুৰ খাইছে নাওবৈচাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰা জোনমণিৰ ইনফ’মাৰ হাছিনা বেগমক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ভাবুকি হাছিনাৰ বিস্ফোৰক স্বীকাৰোক্তিত ওলাইছে ন ন তথ্য শতাব্দ ষ্টাফ…

 জোনমণি ৰাভাৰ মৃত্যুৱে এৰি থৈ গল বহু ৰহস্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে'ঃ শাসকক ৰঙা চকু দেখুৱাই লাইমলাইটলৈ অহা তথা চমু চাকৰি জীৱনত একাধিক বিতৰ্কৰে জেল যাত্ৰা কৰিও অলেখজনৰ দৃষ্টিত সাহসী মহিলা আৰক্ষীৰূপে বিবেচিত জুনমণি ৰাভাৰ যোৱানিশা এক ৰহস্যজনক পৰিৱেশত দুৰ্ঘটনাত নিহত হয়। অসম আৰক্ষীৰ…

তেজপুৰৰ সাংস্কৃতিক কৰ্মীক চাৰিদুৱাৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰঃ এজাহাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ মে'ঃ নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপপৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি…

ফাটবিহু অসমৰ জাতীয় জীৱনৰ মহামিলনৰ উৎসৱ: মুখ‍্যমন্ত্ৰী

 জন সমুদ্ৰত পৰিণত ম'হঘুলি চাপৰি শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে': ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে…

ফাটবিহুক অসমৰ পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক- অনুৰাধা শৰ্মা পূজাৰী

শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি। বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ‍্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ…

ঐতিহাসিক ফাটবিহু আৰম্ভ

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ…

সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম…