Browsing Category
লিড
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত আজি পুৱাৰে পৰাই আৰম্ভ হৈছে শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ বৰছলাৰ নটা চৰত চলিছে উচ্ছেদ অভিযান৷ প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষীৰ…
গৱেষক, শিক্ষাবিদ ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা
মুহিউদ্দিন আহমেদক জীৱন জোৰা সাধনা বঁটা প্ৰদান
মুখপত্ৰ জাত বল্লভ উন্মোচনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ মে': বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন আজি দেওবাৰে লখিমপুৰত অনুষ্ঠিত হয়। পুৱা উত্তৰ লখিমপুৰ…
বিদাৰি পেলাইছে সোৱণশিৰিৰ পাৰঃ ৰণচণ্ডী মহিলা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰ জিলাৰ চাউলধোৱাত থকা ভীমপৰা কোৱাৰিত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ন আলি থেকেৰাগুৰি গাঁৱৰ কাষতে ভীমপৰা কোৱাৰিৰ অন্তৰ্গত সোৱণশিৰি নদীৰ গৰাৰ কাষত ট্ৰেক্টৰে বালি-মাটি খন্দাক লৈ এনে…
বঙালমৰাত ১৩ খন নকল সোণৰ নাও ৬ টা যীচুৰ মূৰ্তি জব্দ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-জাল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৬০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি বৃহৎ পৰিমাণৰ নকল সোণসহ এটা বেপাৰীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷ আজি…
লখিমপুৰত ১,৩৭,০৯৫ টি শিশুক সামৰিক ২৮ মেত পলিঅ টীকাকৰণৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ মে: লখিমপুৰ জিলাত অহা ২৮ ,২৯ আৰু ৩০ মেত দ্বিতীয় উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হব। পলিঅ টীকাকৰণ শীৰ্ষক এইবাৰৰ পদক্ষেপত জিলাখনৰ ৫ বছৰ পর্যন্ত ১,৩৭,০৯৫ টি শিশুক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।- এই…
লখিমপুৰত মিশ্ৰৰ মাৰাথান অভিযানঃ ১৮ জন ৰঙাঘৰলৈ
অসমীয়া যুৱ মঞ্চৰ আৰক্ষীলৈ প্ৰশ্ন - লখিমপুৰত পূৰ্বে কিয় গ্ৰেপ্তাৰ হোৱা নাছিল নকল সোণ-জাল নোটৰ বৃহৎ চক্ৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ জাল নোট, নকল সোণৰ বিৰুদ্ধে লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ মাৰাথান অভিযান আজিও অব্যাহত আছে৷…
নকল সোণঃ ৩০ আত্মসমৰ্পণ+২২ গ্ৰেপ্তাৰ =৫২ আৰক্ষীৰ জালত
লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ
বিজেপি নেতা-পঞ্চায়ত সভানেত্ৰীৰ স্বামীসহ অৰ্ধ শতাধিকৰ আত্মসমৰ্পণ-গ্ৰেপ্তাৰ
এছ পি আনন্দ মিশ্ৰৰ এটা ধমকৰ পিছতে লখিমপুৰত নকল সোণ, জাল নোট, ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণৰ জোৱাৰ
এনকাউণ্টাৰৰ ভয়ত…
সৰ্বভাৰতীয় অসামৰিক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়াৰ সাফল্য অৰ্জন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি ইতিহাস ৰচিলে অসম সন্তান নগাঁৱৰ ময়ূৰ হাজৰিকাই। ২৭১ সংখ্যক স্থান লাভ কৰিছে অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থান লাভ কৰিছে ইদুল…
মেট্ৰিকত হৃদম ঠাকুৰীয়া প্ৰথম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ : ২২ মে: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে আজি পুৱা ১০ বজাত হাইস্কুল…
মেট্ৰিকত লখিমপুৰ উজ্বলালে পাঁচ কৃতীমানে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ ৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ ১০ টা স্থানৰ ভিতৰত চতুৰ্থ, পঞ্চম, অষ্টম আৰু নৱম স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ঘোষিত…
