Browsing Category
লিড
ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ
এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷…
অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি
অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন
তিনিজনক অপহৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ…
অৰুণাচলীৰ গুলীত অসমৰ দুজন লোক নিহত
অৰুণাচললৈ ঘূৰাই পঠালে শতাধিক বাহনঃ অৰুণাচলী মহিলা আহতঃ গোগামুখত অৰুণাচলী কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ লোকঃ অৰুণাচল আৰক্ষীলৈ চোচাঃ সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক, দোষীক কঠোৰ শাস্তি দিয়কঃ সদৌ অসম ছাত্ৰ সন্থাঃ লখিমপুৰত যুৱ-ছাত্ৰ…
মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি অসম পৰ্বতাৰোহণ সন্হাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,৪ জুনঃ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয়৷ ৫৪ দিনীয়া অভিযান সামৰি ৭ জনীয়া অভিযানকাৰী…
অচিৰেই মুকলি হ’ব মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : মাজুলীত নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খন অতি সোনকালে মুকলি কৰিব ৰাজ্য চৰকাৰে। উজনি মাজুলীৰ ফুলনিৰ সমীপৱৰ্তী শ্ৰীৰাম দেৱোত্তৰত নিৰ্মাণ কৰা ৫০ খন বিছনাযুক্ত মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খন বাবে আজি পৰিদৰ্শন কৰি…
অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিশ ফুট ওপৰৰ পাহাৰৰ পৰা ৰঙানদীত পৰিল এল্ট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ জুন ঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিমিনত যোৱা ৩১ মে’ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পলমকৈ আজি পোহৰলৈ আহিছে ৷ সেই নিশা পাহাৰৰ ৪০০ ফুট ওপৰৰ পৰা এখন বাহন তলৰ ৰঙানদীত পৰাৰ ফলত ক’হিমা আৰু কাৰ্বি আংলঙৰ…
বৰ্খাস্ত, প্ৰতিবাদৰ মাজতে তিনিচুকীয়াৰ এ এছ টি চিত দপ দপকৈকৈ জ্বলিল যাত্ৰাৰ বাবে সাজু ডে’ ছুপাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে আজিৰ পৰা…
লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ…
নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আলোচনা সত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মেঃ ‘ভোলানাথ বৰুৱা এজন সাধাৰণ ব্যৱসায়ী নাছিল, সমাজ-সংস্কৃতিৰ প্ৰতি অত্যন্ত দায়ৱদ্ধ এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ নৱজাগৰণক যথেষ্ট ত্বৰান্বিত কৰিছিল৷’– এই মন্তব্য ড॰ অৰবিন্দ ৰাজখোৱাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজত ভোলানাথ…
গোগামুখত মিচিং আগম কৗবাঙৰ অধিৱেশন- সোণালী জয়ন্তী
সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ঃ মুখ্যমন্ত্ৰী
গোগামুখৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩০ মে’ ঃ মিচিং জাতীয় শীৰ্ষ সংগঠন সমূহৰ অন্যতম সামাজিক সংগঠন হিচাপে মিচিং জাতীয় জীৱনলৈ মিচিং…
