Browsing Category

লিড

১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু…

২৭ টা নাট্য দলৰ অংশ গ্ৰহণেৰে তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট…

অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা

অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা পুনৰ অসমৰ বনাঞ্চল ধবংস শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷…

সোৱণশিৰি বান্ধত জলপ্ৰলয়ৰ পিছতে এইবাৰ খহিছে পাহাৰ

নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত  শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ…

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্যহতে বাদঃ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুনঃ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্য়হতে বাদ পৰিছে। তাৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত আজিৰ…

দিচাংমুখত “তুফান” পানীৰ তলত

শতাব্দ দিচাংমুখৰ প্ৰতিবেদক, ১৫ জুনঃ বাৰিষা বতৰত এখন নাৱৰ প্ৰয়োজনীয়া কিমান সেয়া সকলোৱে জানে। কিন্তু নাজানে  অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তাৰ ফলস্বৰূপে বিভাগৰ এখন কাৰ্যক্ষম নাও বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই পানীত বুৰ…

লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ

বহু গাঁও জলমগ্ন উদ্ধাৰ অভিযান অব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায়…

স্মাৰ্ট মিটাৰ নিৰাপদ- APDCL

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ উৎকট গৰমে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰাল ভাবে বিদ্যুৎ নাটনি, লুকাভাকু আৰু পৰ্যাপ্ত ভল্টেজ নথকা ঘটনাই ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আজি লখিমপুৰত APDCLএ এক সংবাদমেল অনুষ্ঠিত কৰে। মূলতঃ স্মাৰ্ট মিটাৰ সংযোগ…

ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ

ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…