Browsing Category

লিড

অসম অৰুণাচল সীমান্তত যুদ্ধংদেহী মনোভাৱেৰে সাজু অৰুণাচলী-প্ৰশাসনঃ পুনৰ উত্তেজনা

কাকৈ সংৰক্ষিত বনাঞ্চলৰ ৫০ বিঘাৰো অধিক গছ-গছনি কাটি তহিলং অৰুণাচলী দুবৃৰ্ত্তৰ সীমান্তত অসমৰ ভূমিত স্থাপন কৰা বন শিবিৰ উঠাই নিয়াৰ হুংকাৰ অৰুণাচলীৰ ঘনে ঘনে সীমান্তত লখিমপুৰৰ উপায়ুক্ত-দণ্ডাধীশ অসমৰ ভূমিত থকা গছৰ শুকান ডাল এটা…

নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…

চীনা ভাষা শিকিব দেশৰ সেনাইঃতেজপুৰ বিশ্ব বিদ্যালয়ৰে বুজাবুজি চুক্তি সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ স’তে আজি দেশৰ সেনাৰ এক বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ উল্লেখযোগ্য যে,দেশৰ সেনাবাহিনীৰ লোকক চীনা ভাষা শিক্ষণৰ সন্দৰ্ভত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷১৬ সপ্তাহৰ এই চীনা ভাষা…

গ্ৰেট ব্ৰিটেইন, আমেৰিকা আদি বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ শাখা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৯ এপ্ৰিল : "সদৌ অসম সত্ৰ মহাসভা"ৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ, অসম"ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন আজি ১৯ এপ্ৰিল তাৰিখে তেজপুৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। দিনৰ ১১: ৩০ বজাত হোৱা সভাখনত আৰম্ভণিতে…

লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ

নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত…

উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন…

“আয়ুষ্মান ভাৰত” আঁচনিয়ে কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীক ধন ঘটাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ…

যুদ্ধ বিমান চুখইৰ উৰণ অভিজ্ঞতা ললে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮এপ্ৰিলঃ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে আজি তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা অত্যাধুনিক যুদ্ধ বিমান চুখই এম কে ৩০ত উৰণৰ অভিজ্ঞতা লয়৷এই যুদ্ধ বিমানখনৰে আজি প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰায় ৩০মিনিট উৰণৰ সাহসিক…