Browsing Category

লিড

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ সদস্য নিৰ্বাচিত অসমৰ দুগৰাকী চলচ্চিত্ৰ সমালোচক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : অসমৰ দুগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক— প্ৰাঞ্জল বৰা আৰু অপৰাজিতা পূজাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচন (FIPRESCI)ৰ ভাৰত অধ্যায় (India Chapter)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শিৱসাগৰৰ…

সেনাৰ পৰা প্ৰশিক্ষণ লৈছে অসম আৰক্ষী কমাণ্ডোৱে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : অসম আৰক্ষীৰ নতুনকৈ নিযুক্তি পোৱা কমাণ্ডোসকলক সেনাই উন্নত সামৰ্থ্য বিকাশ আৰু নিৰাপত্তা বাহিনীৰ মাজত অধিক সহযোগিতাৰ বাবে প্ৰশিক্ষণ দিছে বুলি প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে। যোৱা ২১ নৱেম্বৰৰ পৰা…

টাটাই ৭ হাজাৰ কোটি টকাত কিনিব বিছলেৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : দীৰ্ঘদিন ধৰি শুনা গৈছিল যে টাটা গ্ৰুপে ভাৰতৰ সৰ্ববৃহৎ পেকেজড ৱাটাৰ কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল। জনা যায় যে শেহতীয়াকৈ…

টাই আহোমৰ পৰম্পৰাগত “বান্ ফি” পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জিলা প্ৰশাসনৰঃ

অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি তেজপুৰ নেহৰু ময়দানক লাচিত বাকৰি নামকৰণ কৰিবলৈ দাবীশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ নবেম্বৰঃ অসম আৰু অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত…

উদ্ভাৱন হ’ল পৃথিৱীৰ আটাইতকৈ দামী ঔষধ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : অৱশেষত হিমোফিলিয়াৰ ঔষধ উদ্ভাৱন হ’ল। চিকিৎসা জগতত এয়া প্ৰায় বৈপ্লৱিক পৰিঘটনা সংঘটিত হ’ল। এতিয়ালৈকে হিমোফিলিয়াৰ কোনো ঔষধ বা চিকিৎসা নাছিল। অৱশ্যে চি এছ এল বেহৰিৰ হেমজেনিক্স-হিমোফিলিয়া বি জিন থেৰাপী…

লখিমপুৰত আছুৰ সাধাৰণ সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংগীকাৰ– এইখন অসম আমাৰ, আমাৰ হৈয়ে থাকিব…

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩১ জিলাৰ ৬ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ নৱেম্বৰঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৯ নৱেম্বৰঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈ গোৱাৰ মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱনত…

বজাৰলৈ আহিছে পদুমনি নামৰ সুগন্ধি চিৰা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন…

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা এলভিছ আলি হাজৰিকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ নৱেম্বৰঃ শৈশৱতে সাঁতোৰ ক্ষেত্ৰখনত ২২টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰা অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ পৰিকল্পনা কৰিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ। ৰীলে সন্তৰণবিদ ( Relay Swimmer) ৰূপে ইংলেণ্ডৰ পৰা…

 ‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী…